Assam জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা পুনৰুদ্ধাৰৰ সংকল্প; অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ পূৰ্তিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ বাৰ্তা August 5, 2026 Paromita অনুচ্ছেদ ৩৭০ বাতিলৰ সাত বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত পুনৰ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই। জম্মু-কাশ্মীৰৰ অধিকাৰ আৰু স্বকীয় পৰিচয় ক্ষুণ্ণ কৰা সকলো সাংবিধানিক…
Assam ধৰ্মীয় আইন থাকিলে মহিলাই কেতিয়াও সম অধিকাৰ নাপায়ঃ ইউচিচিৰ পোষকতা তছলিমা নাছৰিনৰ August 4, 2026 Paromita যদি ধৰ্মীয় আইন বলৱৎ হৈ থাকে, তেন্তে মহিলাসকলে কেতিয়াও সম অধিকাৰ লাভ কৰিব নোৱাৰে। সমান অধিকাৰৰ ভিত্তিত একক নাগৰিক বিধি (ইউচিচি) প্ৰৱৰ্তনৰ পোষকতা কৰি এই মন্তব্য কৰে নিৰ্বাসিত বাংলাদেশী লেখিকা…
Assam সহকৰ্মীলৈ নিৰ্বিচাৰ গুলীবৰ্ষণ কৰি চৰম সিদ্ধান্ত চিআৰপিএফ জোৱানৰ; যোৰহাটৰ চিআৰপিএফ শিবিৰত নিহত ৩ August 4, 2026 Paromita প্ৰথমে সহকৰ্মীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীবৰ্ষণ, তাৰ পিছতে নিজৰ অস্ত্ৰৰে আত্মহনন কৰিলে এগৰাকী চিআৰপিএফ জোৱানে। মঙলবাৰে যোৰহাট জিলাৰ কাটিমাৰিস্থিত ৩৪ নং বেটেলিয়ন চিআৰপিএফ শিবিৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। এই…
Assam অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত নিযুক্তি August 1, 2026 Paromita দীঘলীয়া প্ৰশাসনিক অভিজ্ঞতাৰ স্বীকৃতি স্বৰূপে অসমৰ মুখ্য তথ্য আয়ুক্ত পদত নিযুক্তি লাভ কৰিছে অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই নিযুক্তি প্ৰদান কৰে। ভাৰত ভূষণ দেৱচৌধুৰীয়ে ইয়াৰ…
Assam শিৱসাগৰত পুনৰ উদ্ধাৰ্ দুজনৰ মৃতদেহ! ৮০ জনলৈ বৃদ্ধি অসমৰ বানত নিহতৰ সংখ্যা July 31, 2026 Paromita উজনি অসমত এতিয়া বানৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও শেষ হোৱা নাই বান বিভীষিকাৰ কৰুণ অধ্যায়। বানপানীয়ে এৰি যোৱা ধ্বংসস্তূপ আৰু মৃত্যুৰ শোকৰ মাজতে বৃহস্পতিবাৰে পুনৰ দুজন লোকৰ মৃত্যু…
Assam আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ; ২০ বছৰীয়া অধ্যায়ৰ সামৰণি বৰ্ডাৰ-গাভাস্কাৰ বিজয়ী অধিনায়কগৰাকীৰ July 30, 2026 Paromita আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় ক্ৰিকেটাৰ আজিংক্য ৰাহানেই। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক ঐতিহাসিক জয় উপহাৰ দিয়া অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই সিদ্ধান্ত ঘোষণা কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায়…
Assam শিৱসাগৰত পুনৰ উদ্ধাৰ ৭টা মৃতদেহ! বানত নিহতৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি July 29, 2026 Paromita ৭৫ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে এইবাৰৰ বাৰিষাৰ বানে! ৰাজ্যত বান পৰিস্থিতি কিছু শাম কাটিলেও এতিয়া পানী শুকোৱাৰ পিছত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ শিৱসাগৰ জিলাত আৰু ৭টা…
Assam কৰুৰ পদপিষ্ট কাণ্ডত মৃতকৰ পৰিয়ালক চৰকাৰী সংস্থাপন; তামিলনাডু চৰকাৰৰ সিদ্ধান্ত বাতিল উচ্চ ন্যায়ালয়ৰ July 28, 2026 Paromita কৰুৰ পদপিষ্ট কাণ্ডত নিহতসকলৰ পৰিয়ালক চৰকাৰী সংস্থাপন দিয়াৰ তামিলনাডু চৰকাৰৰ সিদ্ধান্তৰ ওপৰত অৱশেষত স্থগিতাদেশ জাৰি কৰিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰি আদালতে উল্লেখ কৰে যে, এনে পদক্ষেপে…
Assam বোম্বে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত; মেটা, গুগল, এক্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব নীতিন গাডকাৰীয়ে July 27, 2026 Paromita ই-২০ ইন্ধন নীতিক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মেটা, গুগল আৰু এক্সৰ দৰে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ পথ মুকলি কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ডিপফেক ভিডিঅ’…
Assam শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ৰে গুলীবৰ্ষণ! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত বিহাৰ আৰক্ষীৰ জোৱান July 27, 2026 Paromita শিক্ষাৰ্থী নহয় যেন সন্ত্ৰাসবাদীহে! শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ ৰাইফলেৰে গুলীবৰ্ষণ কৰাৰ অভিযোগ উঠিল বিহাৰ আৰক্ষীৰ এজন…