Author: Paromita

সমগ্ৰ দেশৰ স্কুলীয়া ছাত্ৰীক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

মহিলা আৰু কিশোৰীৰ ঋতুস্ৰাৱজনিত অনাময় ব্যৱস্থাক সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত ব্যক্তিগত গোপনীয়তা আৰু মৰ্যাদা সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ হিচাপে আজি ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে। দেশৰ প্ৰতিখন চৰকাৰী আৰু…