Assam আইফোন চুৰি কৰি পাছৱৰ্ড বিচাৰি গৰাকীলৈ মেছেজ খোদ চোৰৰ! আৰক্ষীৰ ভূমিকাক লৈ ডেৰাডুনত ক্ষোভ October 8, 2026 Paromita আজৱ দেশৰ গজৱ কথা! চুৰি কৰি নিয়া ফোনৰ পাছৱৰ্ড বিচাৰি ফোনৰ গৰাকীকে মেছেজ কৰিলে চোৰে। এই আজৱ কাণ্ড সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনত। ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১২ ছেপ্টেম্বৰত ক্লেমেণ্ট টাউন…
Assam ১৭ হাজাৰ ফুট উচ্চতাত ইণ্ডিগ’ৰ বিমানত বজ্ৰপাত; লক্ষ্ণৌত জৰুৰী অৱতৰণ, কথমপি প্ৰাণৰক্ষা ১০৪ যাত্ৰীৰ October 8, 2026 Paromita ১৭ হাজাৰ ফুট উচ্চতাত উৰি থকা অৱস্থাত নামি অহা প্ৰকৃতিৰ তাণ্ডৱৰ ফলত কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক বিমান যাত্ৰী। পাটনাৰ পৰা লক্ষ্ণৌলৈ যাত্ৰা কৰা ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানত মাজ আকাশতে প্ৰচণ্ড…
Assam দিল্লীত চাৰিমহলীয়া অট্টালিকা খহি অন্তসত্ত্বা মহিলাসহ তিনিজনৰ কৰুণ মৃত্যু; ধ্বংসস্তূপৰ মাজত উদ্ধাৰ ডেৰ বছৰীয়া শিশুৰ ছিন্নমস্তক মৃতদেহ October 8, 2026 Paromita মুহূৰ্তৰ ভিতৰতে ধূলিসাৎ হৈ পৰিল এটা চাৰিমহলীয়া আৱাসিক ভৱন! ধ্বংসস্তূপৰ মাজৰ পৰা ভাহি অহা আৰ্তনাদে কঁপাই তুলিলে সমগ্ৰ অঞ্চল। উত্তৰ-পূব দিল্লীৰ সীমাপুৰী অঞ্চলত সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী অন্তসত্ত্বা…
Assam নগাঁও সংসদীয় সমষ্টিত ৭৬.১৯% ভোটদানেৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন October 7, 2026 Tarali ৯নং নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ ৬ অক্টোবৰত সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয়। নগাঁও আৰু মৰিগাঁও দুয়োখন নিৰ্বাচনী জিলাৰ পৰা পোৱা তথ্য অনুসৰি পুৱা ৭ বজাৰ পৰা…
Assam অসমৰ কৃষিখণ্ডক আধুনিক আৰু বজাৰমুখী কৰি তুলিবলৈ চৰকাৰী পদক্ষেপৰ সৈতে বেচৰকাৰী খণ্ডৰ সমন্বয় অতি প্ৰয়োজনীয়: মন্ত্ৰী হাজৰিকা October 7, 2026 Tarali অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আজি অনুষ্ঠিত “অসম চি এছ আৰ ঘূৰণীয়া মেজমেল”ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। কৃষি, কৃষকৰ জীৱিকা আৰু…
Assam ঠিকাদাৰৰ বিল মুকলিৰ নামত উৎকোচ লৈ মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জালত লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা October 7, 2026 Paromita চৰকাৰী প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো চুক্তিভিত্তিক ধন মুকলি কৰাৰ নামত ঠিকাদাৰৰ পৰা ঘোচ লৈ হাতে-লোটে ধৰা পৰিল লোকনিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তা। মঙলবাৰে ডিব্ৰুগড়স্থিত লোকনিৰ্মাণ বিভাগৰ (গৃহ শাখা)…
Assam বিৰোধীৰ উত্তাল প্ৰতিবাদ আৰু ইমপিচমেণ্টৰ চৰ্চাৰ মাজতে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ছত্তীশগড় ভ্ৰমণ বাতিল October 7, 2026 Paromita তীব্ৰ বিতৰ্ক আৰু ৰাজধানীত সাব্যস্ত হোৱা উত্তাল প্ৰতিবাদৰ পিছতে নিজৰ দুদিনীয়া ছত্তীশগড় ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ’ল মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। পূৰ্বনিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি ৭ আৰু ৮ অক্টোবৰত নিৰ্বাচন আয়োগৰ…
Assam আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশৰ অভিযোগ; ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰ্মচাৰীৰ October 7, 2026 Paromita কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ লগতে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে আকাশবাণী ভৱনত বলপূৰ্বক প্ৰৱেশ কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলি দিল্লী আৰক্ষীক এখন আনুষ্ঠানিক এজাহাৰ দাখিল কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলে। নিৰ্বাচন আয়োগৰ…
Assam ব্ৰিটেইনৰ কেম্ব্ৰিজত উজ্বলিল অসমৰ জীয়াৰী; আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত একমাত্ৰ ভাৰতীয় হিচাপে স্বৰ্ণপদক অৰ্জন কৃতি ধানুকাৰ October 7, 2026 Paromita ব্ৰিটেইনৰ কেম্ব্ৰিজত অনুষ্ঠিত সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াডত অসাধাৰণ সফলতা অৰ্জন কৰি সমগ্ৰ দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ কৃতি ধানুকাই। ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ব্ৰিটেইনৰ কেম্ব্ৰিজস্থিত চেলৱিন…
Assam শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল নগাঁও লোকসভা উপ-নিৰ্বাচন; ৭০ শতাংশৰো অধিক ভোটদানৰ হাৰ ৰেকৰ্ড October 6, 2026 Tarali মঙলবাৰে অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত সন্ধিয়া পৰ্যন্ত ৭০ শতাংশৰো অধিক ভোটদানৰ হাৰ ৰেকৰ্ড কৰা হৈছে। দিনটোৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সমগ্ৰ সমষ্টিটোতে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। পুৱা ৭ বজাৰ পৰা…