Assam গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডলৈ গৌৰৱ কঢ়িয়াই অনা দেবস্মিতা কাশ্যপক সম্বৰ্ধনা November 13, 2026 Barnali Ghosh সদ্য সমাপ্ত গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ সংগীত শিল্পী তথা বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ছেমিষ্টাৰৰ ইংৰাজী বিভাগৰ মেধাৱী ছাত্ৰী দেবস্মিতা কাশ্যপে গুৱাহাটী পৌৰ নিগমৰ এক নম্বৰ ৱাৰ্ডলৈ বিৰল গৌৰৱ কঢ়িয়াই…
Latest তুৰাত ভূমি পট্টা বিতৰণ, ৭.৪৯ কোটি টকা ব্যয়েৰে ৰংজেং প্ৰশাসনিক কমপ্লেক্সৰ আধাৰশিলা স্থাপন November 12, 2026 Barnali Ghosh মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে তুৰা চহৰৰ জি এ ডি (সাধাৰণ প্ৰশাসন বিভাগ)ৰ ভূমিত বসবাস কৰা পৰিয়ালসমূহক ভূমি পট্টা প্ৰদান কৰে। পিছত ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীয়ে কয় যে ভূমি পট্টাই…
Assam আজাৰাৰ গড়লত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুপ্ৰেৰণামূলক ভাষণ বিশিষ্ট অতিথিৰ November 12, 2026 Barnali Ghosh গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানা এলেকাৰ গড়ল খেলিয়াপাৰাস্থিত ‘এস্পায়াৰ কেৰিয়াৰ ক্লাছেজ’ৰ সপ্তম বাৰ্ষিক অধিৱেশনখন আজি গড়ল দৌল মন্দিৰ চৌহদত অনুষ্ঠিত হয়। অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত অনুষ্ঠানত হাইস্কুল শিক্ষা পৰীক্ষা…
Assam ৪ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পাছত অগ্নিবীৰসকলক বিবাহৰ অনুমতি দিব সশস্ত্ৰ বাহিনীয়ে November 12, 2026 Sonakshi Sarkar অগ্নিবীৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। চাৰি বছৰীয়া প্ৰাৰম্ভিক সেৱা সম্পূৰ্ণ কৰা অগ্নিবীৰসকলক সশস্ত্ৰ বাহিনীয়ে বিবাহৰ অনুমতি প্ৰদান কৰাৰ সম্ভাৱনা আছে। অগ্নিপথ আঁচনিৰ শেহতীয়া সংশোধনীৰ অংশ হিচাপে এই পৰিৱৰ্তন আনিবলৈ লোৱা…
Assam জনজাতীয় লোকে জন্মৰে পৰা গাহৰিৰ সৈতে শোৱে…! বিজেপি বিধায়কৰ বিতৰ্কিত মন্তব্য, অৱশেষত বিচাৰিলে ক্ষমা November 12, 2026 Paromita জনজাতীয় সমাজ আৰু তেওঁলোকৰ খাদ্যাভ্যাসক লৈ কৰা এক আপত্তিজনক মন্তব্যক কেন্দ্ৰ কৰি ত্ৰিপুৰাৰ ৰাজনীতিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সামাজিক মাধ্যমত এই বক্তব্য ভাইৰেল হৈ পৰাৰ পিছত সৃষ্টি হোৱা তুমুল বিতৰ্কৰ…
Business আজিৰে পৰা গ্ৰাহকৰ মূৰত মাধমাৰ November 12, 2026 Dipshikha আজিৰে পৰা গ্ৰাহকৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে গাখীৰৰ দাম। আমূলৰ লগতে মাদাৰ ডেইৰীৰ গাখীৰৰ দাম বৃদ্ধিৰ ফলত এতিয়া অধিক ধন ভৰিব লাগিব গ্ৰাহকে। আমূলৰ বিভিন্ন প্ৰকাৰৰ গাখীৰৰ দাম প্ৰতি…
Business ক্ৰীড়াক্ষেত্ৰলৈ আহিল এক সুখবৰ November 12, 2026 Dipshikha ভাৰতৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিল এক সুখবৰ। ২০২৯ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব ভাৰতত। এইবাৰ প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে নিৰ্বাচিত হৈছে তামিলনাডুৰ ৰাজধানী চেন্নাই। উল্লেখ্য যে, ২০২৭ চনৰ এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত…
Business আজি গুৱাহাটীত গ্ৰাহকে নাপাব পেট্ৰ’ল আৰু ডিজেল November 12, 2026 Dipshikha গুৱাহাটীৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। আজি গুৱাহাটীত গ্ৰাহকে নাপাব পেট্ৰ’ল আৰু ডিজেল। নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যন (NEIPDA)-ৰ বৃহত্তৰ গুৱাহাটী গোটে গ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচী। সংস্থাটোৱে ঘোষণা কৰা অনুসৰি,…
Business উচ্ছেদিত পৰিয়াললৈ বৃহৎ সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, তাৎক্ষণিক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ নিৰ্দেশ November 12, 2026 Dipshikha ৰাজ্যৰ উচ্ছেদিত পৰিয়ালসমূহৰ বাবে আহিল এক বৃহৎ সকাহ। উচ্ছেদিত পৰিয়ালক তাৎক্ষণিকভাৱে পুনৰ সংস্থাপন, পুনৰ্বাসন আৰু ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাত…
Assam মণিপুৰৰ ৰাজ্যপালৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকা ভ্ৰমণ November 11, 2026 Tarali মণিপুৰৰ ৰাজ্যপাল শ্ৰী অজয় কুমাৰ ভাল্লাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ষষ্ঠ সংযোজন এলেকা ভ্ৰমণ কৰি উদ্যানখনৰ চহকী প্ৰাকৃতিক ঐতিহ্য প্ৰত্যক্ষ কৰে। ভোমোৰাগুৰিত নাও চাফাৰিৰে এই ভ্ৰমণ আৰম্ভ…