Business পূজাৰ প্ৰাকক্ষণত কে১৪ প্লাছ মোবাইল মুকলি অ’প’ৰ, প্ৰিমিয়াম মিড-ৰেঞ্জ গ্ৰহকক লক্ষ্য কৰি মুকলি কৰা হৈছে ফোনটো October 1, 2026 Business Bureau অ’প’ ইণ্ডিয়াই প্ৰদৰ্শন, স্থায়িত্ব, ইমেজিং আৰু বেটাৰী কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিজৰ শেহতীয়া কে ছিৰিজ স্মাৰ্টফোন অ’প’ কে১৪ প্লাছ মুকলি কৰিছে। এই ফোনটোত মিডিয়া টেক ডাইমেনচিটি ৭৩৬০ মেক্স চিপছেট…
Business ট্ৰাইৰ পৰীক্ষণত শোণিতপুৰ জিলাত ম’বাইল নেটৱৰ্কৰ প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে তাৰতম্য October 1, 2026 Business Bureau টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়া চমুকৈ ট্ৰাই-এ অসম লাইচেন্সড চাৰ্ভিচ এৰিয়া(এলএছএ)ৰ অধীনত শোণিতপুৰ জিলাৰ একাংশ অঞ্চলত ম’বাইল নেটৱৰ্কৰ গুণগত মান মূল্যায়ন কৰিছে, য’ত বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ কভাৰেজ, কল…
Assam ৰাহুল গান্ধীক ২৬/১১ৰ সন্ত্ৰাসবাদী আজমল কাছাবৰ সৈতে তুলনা; অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ চাইবাৰ এজাহাৰ October 1, 2026 Paromita দেশৰ গণতান্ত্ৰিক ৰাজনীতিত বিৰোধী নেতাক এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি সামাজিক মাধ্যমত সৃষ্টি কৰা হৈছে এক চৰম বিতৰ্কৰ। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক মুম্বাই ২৬/১১ আক্ৰমণৰ ফাঁচী প্ৰাপ্ত পাকিস্তানী…
Assam মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰলৈ ‘ভাৰত ৰত্ন’ প্ৰদানৰ দাবী; প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ এনচিপিআইৰ October 1, 2026 Paromita দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত এক আনুষ্ঠানিক দাবী উত্থাপন কৰিছে নেচনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়াই (এনচিপিআই)।…
Assam এখন গাঁৱত ৫০ৰো অধিক পুৰুষক বিহ দি হত্যা নিজ পত্নীৰ! বিশ্ব কঁপোৱা ‘এঞ্জেল মেকাৰ্ছ’ কাণ্ডৰ আঁৰৰ কাৰণ কি? October 1, 2026 Paromita এনে এখন গাঁও, য’ত নিজৰ পত্নীয়েই বিষ দি হত্যা কৰিছিল স্বামীক। এজন-দুজন নহয়, গাঁওখনৰ ৫০ জনৰো অধিক পুৰুষক একেই পদ্ধতিৰে হত্যা কৰিছিল তেওঁলোকৰ নিজ নিজ পত্নীয়ে। কুৰি শতিকাৰ আৰম্ভণিতে ইউৰোপৰ…
Assam ছুৰীকাঘাতৰ পিছতো ককপিটৰ দুৱাৰ খুলি ১৮০ যাত্ৰীৰ প্ৰাণ ৰক্ষা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰৰ; ভূয়সী প্ৰশংসা নেতান্যাহু আৰু ট্ৰাম্পৰ October 1, 2026 Paromita অসহ্য যন্ত্ৰণাৰ মাজতো ১৮০ গৰাকী বিমান যাত্ৰীৰ জীৱন ৰক্ষা কৰি আজি বিশ্বজুৰি চৰ্চিত হৈ পৰিছে এগৰাকী ভাৰতীয় মূলৰ পাইলট। অতি শেহতীয়াকৈ ডুবাইৰ পৰা ইজৰাইলৰ তেল আভিভ অভিমুখী ‘ফ্লাইডুবাই’ বিমানত সংঘটিত…
Assam কনভয়ৰ বাবে এম্বুলেন্স ৰখাই দিয়া কাণ্ডত ৰোগী আৰু পৰিয়ালৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মুখ্যমন্ত্ৰীৰ; চাৰিজন আৰক্ষীক তাৎক্ষণিক নিলম্বন October 1, 2026 Paromita জৰুৰী চিকিৎসাৰ প্ৰয়োজনত থকা এখন এম্বুলেন্স ভিআইপি কনভয়ৰ বাবে ৰখাই দিয়াৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শিলচৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক অগ্ৰাধিকাৰ দিবলৈ গৈ এখন এম্বুলেন্স আবদ্ধ…