Assam Business ধনতেৰাছ-দীপাৱলীত সোণত প্ৰতি গ্ৰামত ৩০১ টকালৈ ৰেহাই October 13, 2026 Barnali Ghosh পবিত্ৰ ধনতেৰাছ আৰু দীপাৱলীলৈ মাজত মাথো কেইদিনমান বাকী । এই সময়ছোৱাত গ্ৰাহকে সোণ , ৰূপ ক্ৰয়ত গুৰুত্ব আৰোপ কৰে। এই সময়ছোৱাত আপুনি প্ৰতি গ্ৰামত ৩০১ টকালৈকে ৰেহাই আৰু নিৰ্মাণ মাচুলত…