Category: Entertainment

লংগড়া ত্যাগী’ৰ চৰিত্ৰত অভিনয় কৰাক লৈ মুকলিকৈ ক’লে ছৈফ আলী খানে

ছৈফ আলী খানে তেওঁৰ মাতৃ, জ্যেষ্ঠ তাৰকা শৰ্মিলা ঠাকুৰৰ সৈতে ফোনত পাতি থকা সেই সময়খিনি স্পষ্টকৈ মনত পেলায়, য’ত মাতৃয়ে তেওঁক শ্বেইকছপীয়েৰৰ নাট্যৰূপান্তৰ, বিশেষকৈ ওথেলো (Othello)-ৰ ওপৰত কাম কৰিবলৈ কৈছিল।…

মীৰা নায়াৰৰ ছবিত অমৃত শ্বেৰ-গিলৰ চৰিত্ৰত অভিনয় কৰিব অঞ্জলি শিৱৰামনে

চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰে তেওঁৰ নতুন ছবি ‘আমৰি’ (Amri)-ৰ কথা ঘোষণা কৰিছে। এই ছবিখন বিখ্যাত হাংগেৰীয়ান-ভাৰতীয় চিত্ৰশিল্পী অমৃতা শ্বেৰ-গিলৰ জীৱনভিত্তিক এক বায়’পিক (Biopic)। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী অঞ্জলি…

‘ইন্সপেক্টৰ অবিনাশ-2’ৰ টীজাৰ মুকলি, ৰণদীপ হুড্ডাই আকৌ সুপাৰ কপ হিচাপে আকৰা-ব্যকৰা লগাব

‘সুপাৰ কপ’ ৰণদীপ হুড্ডাই আকৰা-ব্যকৰা লগাব এবাৰ নে ‘ইন্সপেক্টৰ অবিনাশ-2’ৰ দ্বিতীয় ঋতুৰ টীজাৰ মুকলি বলিউড তাৰকা ৰণদীপ হুড্ডাই আকৌ এবাৰ সুপাৰ কপৰ চৰিত্ৰত আকৰা-ব্যকৰা লগাবলৈ সাজু হৈছে। ২০২৩ চনত মুক্তি…

পুঞ্চৰ লাইন অৱ কণ্ট্ৰ’লত কৰ্তব্যৰত সেনা জোৱানৰ কৰুণ মৃত্যু; হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ সন্দেহ

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ লাইন অৱ কণ্ট্ৰ’লত (এল অ’ চি) কৰ্তব্য পালন কৰি থকা অৱস্থাতে এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটে। সোমবাৰে সেনাৰ সূত্ৰই জনোৱা অনুসৰি, নায়ক তিলক সিং নামৰ জোৱানগৰাকীৰ…

প্ৰথমবাৰৰ বাবে দীপিকা-ৰণবীৰ সিঙে দেখুৱালে কন্যাৰ চেহেৰা

অৱশেষত তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে নিজৰ কন্যা দুৱাৰ মুখখন সকলোৰে আগত প্ৰকাশ কৰে ।দীপিকা পাডুকনে ইনষ্ট্ৰাগ্ৰামৰ এটা পোষ্টৰ জৰিয়তে দুৱাৰ মুখ ৰিভিল কৰে । দুৱাৰ মুখমণ্ডল দীপিকা…

মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ

অৱশেষত উৰাবাতৰি শেষ হ’ল। মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ। বিগত এবছৰ ধৰি কেটৰিনাই মাতৃ হোৱা বুলি উৰাবাতৰিৰ বিয়পি পৰিছিল। মাহৰ পিছত মাহ ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বলীউডৰ…

পুটিনক সকীয়নি ট্ৰাম্পৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক পুনৰ সকীয়াই দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ট্ৰাম্পে কয়, যদিহে ৰাছিয়াই ১৫ আগষ্টত আলাস্কাত অনুষ্ঠিত হ’বলগীয়া বৈঠকৰ পিছত ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ সন্মত নহয়…

ম্লান পৰিছে নেকি বলীউডৰ চমক! শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি

নিউয়ৰ্ক টাইমছে শেহতীয়াকৈ প্ৰকাশ কৰিছে একবিংশ শতিকাৰ প্ৰথম ২৫টা বছৰৰ ভিতৰত মুক্তি পোৱা বিশ্বৰ শীৰ্ষ এশখন ছবিৰ এক তালিকা। পিছে জানি আচৰিত হ’ব, এই শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ…

পুনৰ ছবিগৃহত মুক্তি পাব সঞ্জয় লীলা ভাঞ্চালীৰ ‘পদ্মাৱত’

চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ ২০১৮ চনৰ ছবি ‘পদ্মাৱত’ আকৌ এবাৰ ছবিগৃহত মুক্তি পাব। বুধবাৰে এই ঘোষণা কৰা হৈছে। ছবিখনত দীপিকা পাডুকন, ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰে মুখ্য চৰিত্ৰত অভিনয়…

১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব কংগনা ৰাণাৱটৰ ‘ইমাৰজেন্সি’

অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱটে সোমবাৰে ঘোষণা কৰে যে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘ইমাৰজেন্সি’ ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। অভিনেত্ৰী-চলচ্চিত্ৰ নিৰ্মাতাই এমাহ আগতে কৈছিল যে ছবিখনে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ…