Category: Entertainment

কাঁ চলচ্চিত্ৰ মহোৎসৱত জিকিল ভাৰতৰ ৩খনকৈ ছবি

২০২৪ৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত জিলিকি উঠে ভাৰতৰ তিনিখনকৈ ছবি। পায়েল কাপাড়িয়াৰ “পায়েল কাপাড়িয়াৰ “All We Imagine as Light”, এফটিআইআইৰ ছাত্ৰ চিদানন্দ এছ নায়েকৰ “Sunflowers Were the First Ones to Know”…

কাঁনত প্ৰদৰ্শিত কুকি

ড° জুনমনি দেৱী খাউণ্ড (প্ৰযোজক), আৰু ঋতিশা খাউণ্ড (অভিনেত্ৰী) দৰ্শকৰ সতে মতবিনিময় কৰে। উল্লেখযোগ্য যে, ফ্ৰান্স, মৰক্কো আৰু আন কেইবাখনো দেশে নিজ নিজ ৰাষ্ট্ৰত “কুকি” মুকলি কৰাৰ বাবে আগ্ৰহ প্ৰকাশ…

২৪ মে’ত ছবিগৃহলৈ ‘প্ৰতিশ্ৰুতি’

২৪ মে’ৰ পৰা ৰাজ্যৰ বিভিন্ন ছবি গৃহত একেলগে মুক্তি লাভ কৰিব ‘প্ৰতিশ্ৰুতি’। ছবিখনৰ মূল বিষয়বস্তু হৈছে ড্ৰাগছৰ ভয়ংকৰ নেক্সাছ। সামাজিক ব্যাধি হিচাপে ভয়ংকৰভাৱে শিপাই যোৱা নিচাযুক্ত দ্ৰব্য সেৱনৰ অবৈধ সৰবৰাহ…

সহনশীলতা আৰু বন্ধুত্বৰ আকৰ্ষণীয় কাহিনীৰে প্ৰিমিয়াৰত হৃদয় জিনিলে দৰ্শকৰ

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ প্ৰযোজনা আৰু সুপৰিচিত পৰিচালক কেনি বসুমতাৰীৰ পৰিচালনাৰে নিৰ্মিত নতুন অসমীয়া বোলছবি ‘জিয়া’ৰ প্ৰিমিয়াৰ দেওবাৰে প্ৰদৰ্শিত হয়। ছবিখনৰ মনোমহা বিষয়বস্তু আৰু উপস্থাপনশৈলীয়ে প্ৰিমিয়াৰত উপস্থিত থকা দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।…

পুৰণিগুদাম ৰঙ্গালয়ত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ সামৰণি

নগাঁও জিলাৰ পুৰণিগুদাম ৰঙ্গালয়ত অনুষ্ঠিত নাট্যশিল্পী কবিতা বৰা সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহখনি যোৱা নিশা সফল সামৰণি পৰে।পুৰণিগুদাম কঢ়ালীগাঁওস্থিত কবিতা নাট্য কানন, ৰঙ্গালয় ষ্টুডিঅ’ থিয়েটাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা…

১৮ টা অ’টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ’টিটি প্লেটফৰ্মত অশ্লীল কনটেণ্ট সন্দৰ্ভত ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে, ১৮ টা অ’টিটি প্লেটফৰ্ম, ১৯ টা ৱেবছাইট, ১০ টা মোবাইল এপ (গুগল প্লে ষ্টোৰৰ…