Category: Latest

মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন

জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে…

ভয়ংকৰ গতি লৈছে মন্থাই

ভয়ংকৰ গতি লৈছে মন্থাই।অন্ধ্রপ্রদেশত ধাৰাষাৰ বৰষুণ হোৱাৰ লগতে ৰাজ্যখনৰ ৪৩ হাজাৰ হেক্টৰ কৃষি ভূমি বিনষ্ট কৰে। অন্ধ্রপ্ৰদেশ আৰু য়ানামৰ ঠায়ে ঠায়ে আজি পাতলিয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে কোনো কোনো…

আহি আছে সাগৰীয় ধুমুহা মন্থা

হাই এলাৰ্ট জাৰি কৰা হৈছে অন্ধ্ৰপ্ৰদেশ-ওড়িশাত ৷ মঙলবাৰে নিশা কাকিনাদাৰ সমীপৰ মচলীপট্টনম আৰু কলিংগপট্টনমৰ মাজেৰে অন্ধ্ৰপ্ৰদেশৰ উপকূল অতিক্ৰমৰ সম্ভাৱনা আছে মন্থাৰ ৷ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই মন্থাৰ আগমনক কেন্দ্ৰ কৰি জাৰি…

হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক

আজি নগাঁৱৰ হাজাৰ হাজাৰ মহিলাই লাভ কৰে ১০ হাজাৰ টকাৰ চেক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই চেক প্ৰদান কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰদান কৰা হৈছে এই ধন।এই আঁচনিৰ অধীনত…

চলন্ত ৰে’লত লাগিল জুই

পঞ্জাৱত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পুৱা পঞ্জাৱৰ লুধিয়ানাৰ পৰা দিল্লী অভিমুখে যাত্ৰাৰত অৱস্থাতে গৰীব ৰথ এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। পঞ্জাৱৰ ছিৰহিন্দ ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই…

৯খন ব্ৰিটিছ বিশ্ববিদ্যালয়ে ভাৰতত মুকলি কৰিব কেম্পাছ

ভাৰতত ৯খন ব্ৰিটিছ বিশ্ববিদ্যালয়ে কেম্পাছ মুকলি কৰিব। মুম্বাইত এই ঘোষণা কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ষ্টাৰমাৰৰ নেতৃত্বত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্ক অগ্ৰগতি হৈছে। চলিত বৰ্ষৰ জুলাই মাহত…

পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ

পুনৰ শক্তি বৃদ্ধি হোৱাৰ দিশে ভাৰতীয় নৌসেনাৰ। তথ্য় অনুসৰি, ভাৰতীয় নৌসেনাই লাভ কৰিব কেইবাখনো চাবমেৰিন। যাৰ ফলত পানীৰ তলৰ ক্ষমতা বৃদ্ধি পাব ভাৰতৰ। এই চুক্তিৰ মূল্য প্ৰায় ১ লাখ কোটি…

নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপালৰূপে অজয় ​​কুমাৰ ভল্লাৰ শপত গ্ৰহণ

মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই সোমবাৰে কহিমাৰ ৰাজভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নাগালেণ্ডৰ ২২ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰে ভল্লাক শপত বাক্য পাঠ…

বীনা ইংতিপিৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি প্ৰতিবাদ, পথ অৱৰোধ

১৪ আগষ্টত ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ সমীপৰ এখন হাবিত মৃত অৱস্থাত উদ্ধাৰ হোৱা ৪৮ বছৰীয়া বীনা ইংতিপিৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক। নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পস্থলীত…

কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ?

মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ, বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য’তে-ত’তে পানী জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি…