Category: Business

আইচিআইচিআই বেংকৰ ফেষ্টিভ বোনাঞ্জা মুকলি: শ্বপিং, ভ্ৰমণ আৰু লাইফষ্টাইলৰ ক্ষেত্ৰত লাভ কৰিব আকৰ্ষণীয় ৰেহাই

আইচিআইচিআই বেংকে ফেষ্টিভ ছিজন চমু চাপি অহাৰ লগে লগে গ্ৰাহকসকলৰ বাবে পুনৰ আগবঢ়াইছে বাৰ্ষিক উৎসৱকালীন উপহাৰ ফেষ্টিভ বোনাঞ্জা। এই বোনাঞ্জাৰ অধীনত অনলাইন শ্বপিং, ম’বাইল ফোন, ইলেক্ট্ৰনিক্স, ভ্ৰমণ, ফেশ্বন, আচবাব আৰু…

এমএছএমইসমূহক গুণগত মানদণ্ডক প্ৰতিযোগিতামূলক ক্ষমতাৰ মূল চালিকাশক্তি হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে আইএফকিউএমে

নতুন দিল্লীত অনুষ্ঠিত আইএফকিউএম সন্মিলন ২০২৬ৰ দ্বিতীয় দিনা উদ্যোগ খণ্ডৰ নেতৃবৃন্দই কয় যে, ভাৰতীয় এমএছএমইসমূহে গোলকীয় প্ৰতিযোগিতাত নিজকে শক্তিশালী কৰিবলৈ ডিজাইন, উৎপাদন আৰু সামগ্ৰী যোগান ধৰাৰ সমগ্ৰ প্ৰক্ৰিয়াত গুণগত মানদণ্ডৰ…

নিৰ্বাচন আয়োগক সমালোচনা কৰি প্ৰাক্তন ন্যায়াধীশসকলৰ ৰোষত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

নিৰ্বাচন আয়োগক মুকলিকৈ সমালোচনা কৰি উচ্চতম ন্যায়ালয়ৰে প্ৰাক্তন ন্যায়াধীশৰ ৰোষত পৰিল ন্যায়াধীশ উজ্জ্বল ভূঞা। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে সোমবাৰে ন্যায়াধীশ ভূঞাই কৰা মন্তব্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি…

নতুন অ’টমেটিক আৰু এআই-চালিত বৈশিষ্ট্যসমৃদ্ধ স্কোডা শ্লেভিয়াৰ মূল্য ৯.৯৯ লাখৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ

স্কোডা অট’ ইণ্ডিয়াই নতুন শ্লেভিয়া বাহনৰ মূল্য সদৰি কৰিছে, য’ত উন্নীতকৰণ কৰা চেডানখনৰ মূল্য ৯.৯৯ লাখ টকা(এক্স-শ্ব’ৰুম)ৰ পৰা আৰম্ভ হৈছে আৰু অহা সপ্তাহৰ পৰা বাহনখনৰ ডেলিভাৰী আৰম্ভ হ’ব। ভাৰতৰ বাবে…

মালাবাৰ গ্ৰুপৰ ২০ কোটি টকীয়া চিএছআৰ প্ৰকল্পৰ জৰিয়তে ব্যাপক সামাজিক বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ

দেশৰ আগশাৰীৰ ব্যৱসায়িক গোষ্ঠী তথা মালাবাৰ গ’ল্ড এণ্ড ডায়মণ্ডছৰ মূল কোম্পানী মালাবাৰ গ্ৰুপে কৰ্পৰেট-চৰকাৰী সহযোগিতা আৰু সামগ্ৰিক উন্নয়নক অধিক সুদৃঢ় কৰিবলৈ পশ্চিম বংগ চৰকাৰৰ সৈতে এক সন্মতি পত্ৰত স্বাক্ষৰ কৰিছে।…

আইএফকিউএম ছিম্প’জিয়াম ২০২৬: গুণগত মানদণ্ড আৰু উদ্ভাৱন হৈ পৰিছে ভাৰতৰ পৰৱৰ্তী বিকাশৰ মূল চালিকা শক্তি

নতুন দিল্লীত সোমবাৰে অনুষ্ঠিত তৃতীয় আইএফকিউএম ছিম্প’জিয়াম ২০২৬ত উদ্যোগৰ অগ্ৰদূতসকলে কয় যে, বিশ্বজুৰি প্ৰতিযোগিতামূলক আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতি হিচাপে পৰিগণিত হোৱাৰ ভাৰতৰ লক্ষ্য গুণগত মানদণ্ড, উদ্ভাৱন আৰু পৰিসৰৰ দ্বাৰা চালিত হ’ব…

টিভিএছৰ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ বিক্ৰী যথেষ্ট পৰিমাণে বৃদ্ধি

টিভিএছ মটৰে সোমবাৰে ওড়িশাৰ কটকত এটা দিনতে আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচনৰ ১০০তকৈও অধিক বাহন গ্ৰাহকক যোগান ধৰিবলৈ সক্ষম হয়, যিয়ে ফেষ্টিভ ছিজনত এই বৈদ্যুতিক স্কুটাৰখনৰ প্ৰতি গ্ৰাহকৰ তীব্ৰ সঁহাৰিৰ দিশটো…

ইভি বাহন আৰু আন্তঃৰাষ্ট্ৰীয় বিক্ৰী দ্ৰুততৰ হোৱাৰ ফলত টিভিএছ মটৰে দ্বিতীয় ত্ৰৈমাসিকত অৰ্জন কৰিছে ২৭% বৃদ্ধি

টিভিএছ ভেন্যুৰ অংশ টিভিএছ মটৰ কোম্পানীয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিকত দুচকীয়া বাহনৰ বিক্ৰীত ২৭% বৃদ্ধিৰ কথা সদৰি কৰিছে। এই পৰিসংখ্যাই কোম্পানীটোৰ বিক্ৰী পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ একে ত্ৰৈমাসিকৰ ১.৫ নিযুত…

ক’ভিড মহামাৰীতকৈ ভয়াৱহ মহামাৰী ৰোগৰ প্ৰাদুৰ্ভাব

বিশ্বজুৰি পুনৰ মহামাৰী প্লেগ (Plague) ৰোগৰ আতংকৰ সৃষ্টি হৈছে ৷ ক’ভিড মহামৰীতকৈও অধিক ভয়াৱহ প্লেগ বেমাৰ ৰাছিয়াৰ পৰা বিয়পিছে বুলি বিশ্বজুৰি চৰ্চা আৰম্ভ হৈছে ৷ যাৰ বাবে ৰাছিয়াৰ ২০০ জনৰো…

১০ অক্টোবৰৰ পৰা ২৬ নৱেম্বৰলৈকে দেশজুৰি কংগ্ৰেছে কৰিব প্ৰতিবাদ

১০ অক্টোবৰৰ পৰা দেশৰ বিভিন্ন পৰ্যায়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব কংগ্ৰেছে ৷ সোমবাৰে এই কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নেতৃত্বই ৷সোমবাৰে সভাপতি মল্লিকাৰ্জুন খাৰ্গে,…