Category: Business

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি

ৰাজ্যৰ চৌদিশে এতিয়া দুৰ্গা পূজাক লৈ ব্যাপক প্ৰস্তুতি। পূজাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পূজা মণ্ডপত আৰম্ভ হৈছে প্ৰস্তুতিৰ কাম। পূজা মণ্ডপ সজাই-পৰাই তোলাৰ লগতে আলোকসজ্জা আৰু অন্যান্য…

বৰপেটাৰ কাৰাইখাইতিত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ কাৰাইখাইতি বজাৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই কাছুমাৰা আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজনক ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।আৰক্ষীৰ অভিযোগ অনুসৰি, ৰফিকুল ইছলামে কাৰাইখাইতি বজাৰত…

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা যুৱকক গুৱাহাটীত গ্ৰেপ্তাৰ

পাকিস্তানী চোৰাংচোৱাৰ হৈ কাম কৰা বিহাৰৰ যুৱক আৰু এজন প্ৰাক্তন সেনাক গুৱাহাটীত গ্ৰেপ্তাৰ ৷ ভাৰতীয় সেনাৰ তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ৷শনিবাৰে মহানগৰীৰ সাতগাঁৱৰ পৰা পাকিস্তানী চোৰাংচোৱা সংস্থাৰ নিৰ্দেশত কাম…

দুই স্বৰ্ণজয়ীলৈ মিজোৰাম চৰকাৰৰ উপহাৰ

এছিয়ান গেমছৰ স্বৰ্ণজয়ী মিজোৰামৰ দুই খেলুৱৈলৈ চৰকাৰৰ উপহাৰ ৷ ভাৰতীয় মহিলা হকী দলৰ অন্যতম স্বৰ্ণজয়ী সদস্য লালৰেমচিয়ামি আৰু লালথানতলুৱাংগীক মিজোৰাম চৰকাৰে ২৫ লাখকৈ টকা প্ৰদান কৰিব ৷বিগত ২ অক্টোবৰত জাপানৰ…

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন

কাইলৈ অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন। সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে নগাঁও আৰু মৰিগাঁও জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নগাঁও জিলাৰ ৮ টা আৰু মৰিগাঁও জিলাৰ…

উচ্চতম ন্যায়ালয়ত আজিও সকাহ নাপালে শ্যামকানু মহন্তই

শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত শুনানিতো কোনো তাৎক্ষণিক সকাহ নাপালে তেওঁ। আদালতে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন নৱেম্বৰৰ প্ৰথম সপ্তাহত ধাৰ্য কৰিছে।ইয়াৰ পূৰ্বে ২৯ মে’ত গুৱাহাটী উচ্চ…

হাইব্ৰিড এছডি-ৱান সেৱা অধিক শক্তিশালী কৰিবলৈ চিচকোৰ সৈতে অংশীদাৰিত্ব ভি বিজনেছৰ

ভোডাফোন আইডিয়া লিমিটেডৰ এণ্টাৰপ্ৰাইজ শাখা ভি বিজনেছে বৃহস্পতিবাৰে চিচকোৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে। ক্ৰমবৰ্ধমান ক্লাউড এডপচন আৰু সৰ্বত্ৰ ব্যাপ্ত কাৰ্যকলাপৰ মাজতে উদ্যোগসমূহক নিজৰ নেটৱৰ্ক আন্তঃগাঁথনি আধুনিকীকৰণ কৰাত সহায়…

বিভিন্ন প্ৰৱঞ্চনামূলক চাকৰিৰ অফাৰৰ মাজতে ৰাছিয়াৰ সামৰিক বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত দেশবাসীক কেন্দ্ৰীয় চৰকাৰৰ সাৱধানবাণী

ভাৰত চৰকাৰে দেশৰ নাগৰিকসকলক ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানৰ পৰা বিৰত থাকিবলৈ এক নতুন সতৰ্কবাণী জাৰি কৰিছে। ৰাছিয়ান সশস্ত্ৰ বাহিনীত যোগদানে ভাৰতীয় লোকসকলক গুৰুতৰ আৰু মাৰাত্মক বিপদৰ মুখলৈ ঠেলি দিব পাৰে…

টিভিএছ মটৰে ডিচেম্বৰ মাহত গোৱাত অনুষ্ঠিত কৰিব মট’চ’লৰ ষষ্ঠ সংস্কৰণ

টিভিএছ মটৰ কোম্পানীয়ে ফ্লেগশ্বিপ মটৰচাইকেল উৎসৱৰ ষষ্ঠ সংস্কৰণ টিভিএছ মট’চ’ল ৬.০ চলিত বৰ্ষৰ ১১ আৰু ১২ ডিচেম্বৰত গোৱাত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।এই দুদিনীয়া উৎসৱত বাইক আৰোহী, ৰেচাৰ, ক্ৰিয়েটৰ, সংগীতজ্ঞ…

ছেপ্টেম্বৰত নিচান ইণ্ডিয়াৰ ১০০% ঘৰুৱা বৃদ্ধি, ১০,০০০খন বাহনৰ পাইকাৰী বিক্ৰীৰ সীমা অতিক্ৰম

নিচান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ ফেষ্টিভ ছিজনৰ পূৰ্বে নিজৰ ব্যৱসায়িক গতি ত্বৰান্বিত কৰাৰ ফলত ছেপ্টেম্বৰ মাহত মুঠ ১০,০২৫ ইউনিট পাইকাৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে, যাৰ ভিতৰত ঘৰুৱা বজাৰত ৩,৩০০ ইউনিট…