Category: Technology

নৱীকৰণযোগ্য শক্তিয়ে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিব পাৰে, বহনক্ষম ভৱিষ্যত নিশ্চিত কৰিব পাৰে: মেঘালয়ৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীৰ সৌৰ অভিযানৰ অধীনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে শ্বিলঙৰ ছেইণ্ট মেৰীজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫০ কিলোৱাট ক্ষমতাসম্পন্ন সৌৰ ফটোভল্টিক (পিভি) প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত নৱীকৰণযোগ্য শক্তি…

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে USTM-এ ৰোবটিক্স স্কিল ৱৰ্কশ্বপৰ আয়োজন কৰে

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত মেগালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (USTM)-ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগে ৰোবটিক্স ক্লব, USTM-ৰ সহযোগত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে “ৰোবটিক্স স্কিল ৱৰ্কশ্বপ”ৰ আয়োজন…

দক্ষিণ এছিয়াৰ ভূটান,বাংলাদেশৰ পিছত শ্ৰীলংকাত ষ্টাৰলিংক সেৱা

স্পেচএক্সৰ চেটেলাইট ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ প্ৰৱেশ ঘটিল শ্ৰীলংকাত। ভূটান আৰু বাংলাদেশৰ পিছত শ্ৰীলংকা দক্ষিণ এছিয়াৰ তৃতীয়খন দেশ, য’ত ষ্টাৰলিংক ইণ্টাৰনেট আৰম্ভ হৈছে। স্পেচএক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে…

জিলা ভিত্তিত বিজ্ঞানৰ আৰ্হি প্ৰদৰ্শনী

অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত পৰিবেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত আৰু ভেৰালদী ৰুৰেল ডেভেলপমেণ্ট এচোছিয়েচনৰ উদ্যোগত ১৩ জুনত ক্লাৱ ৰাইনো,বৰপেটাত পুৱা ১০ বজাৰ পৰা জিলা ভিত্তিত বহনক্ষম সামগ্ৰী/…

লিমকা বুক অফ ৰেকৰ্ডছে ইয়াৰ ২০২৪ সংস্কৰণ উন্মোচন কৰে

কোকা-কোলা ইণ্ডিয়াৰ স্বদেশী ঐতিহ্য ব্ৰেণ্ড লিমকাই সগৌৰৱে ভাৰতৰ আটাইতকৈ দীঘলীয়া সময় ধৰি প্ৰকাশিত হৈ অহা অভিলেখ আৰু তথ্যসমৃদ্ধ বুক লিমকা বুক অৱ ৰেকৰ্ডছৰ ৩৩সংখ্যক সংস্কৰণ প্ৰকাশ কৰিছে। ‘ইণ্ডিয়া এট হাৰ…