Education গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰমৰ দীক্ষাৰম্ভ August 17, 2026 Sonakshi Sarkar জ্ঞানৰ পোহৰেৰে ভৱিষ্যত প্ৰজন্মক আলোকিত কৰাৰ সংকল্পৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটী বিশ্ববিদ্যালয়ত সংহত শিক্ষক শিক্ষা পাঠ্যক্ৰম (Integrated Teacher Education Programme)ৰ আজি দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে শিক্ষা বিভাগৰ মুৰব্বী…
Education পৰীক্ষাৰ স্বচ্ছতা আৰু ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ দাবীত আইচা সভানেত্ৰী নেহা বৰাৰ সংগ্ৰাম August 8, 2026 Sonakshi Sarkar জে.এন.ইউ.ৰ ২৯ বছৰীয়া গৱেষক ছাত্ৰী তথা অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (AISA) ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু পৰীক্ষাৰ স্বচ্ছতাৰ বাবে এক নতুন জোৱাৰ আনিছে। শেহতীয়াকৈ জুলাই ২০২৬…
Education NEET (UG) 2026-ত উজ্জ্বল সফলতা: এলেন গুয়াহাটি ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে AIR 133 লাভ কৰি অসমৰ শীৰ্ষস্থান দখল July 20, 2026 Sonakshi Sarkar চিকিৎসা প্ৰৱেশিকা পৰীক্ষা NEET (UG) 2026-ত এলেন গুয়াহাটি-এ পুনৰবাৰ উল্লেখযোগ্য সফলতা অৰ্জন কৰি উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে নিজৰ স্থান সুদৃঢ় কৰিছে। এইবাৰৰ ফলাফলত এলেন গুয়াহাটি-ৰ শিক্ষাৰ্থী শুভ প্ৰসাদে 720-ৰ…
Assam Education চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাসৰ দাবী নাকচ: শিক্ষামন্ত্ৰীৰ মতে ডাটা সংশোধনৰ বাবেই হ্ৰাস July 7, 2026 Tarali বিদ্যালয়ত বিগত দুবছৰত অসমত ২,১২,৭৬৮ গৰাকী আৰু ২০২১-২ ৰ পৰা ২০২৪-২৫ চনলৈ ২৫,৬৭,৭৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী কমিছে বুলি ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কৰা অভিযোগ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নাকচ কৰিছে।…
Education Technology ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে USTM-এ ৰোবটিক্স স্কিল ৱৰ্কশ্বপৰ আয়োজন কৰে May 11, 2026 Tarali ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত মেগালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (USTM)-ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগে ৰোবটিক্স ক্লব, USTM-ৰ সহযোগত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে “ৰোবটিক্স স্কিল ৱৰ্কশ্বপ”ৰ আয়োজন…
Education উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ April 28, 2026 Sonakshi Sarkar অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে মঙলবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। সকলো শাখাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ।চাৰিটা শাখাৰ ভিতৰত বিজ্ঞান শাখাত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ৮৯.৭৯ শতাংশ, তাৰ…
Education বিদ্যালয়ত শিক্ষাৰ্থী অনুপস্থিত থাকিলেই অভিভাৱকলৈ যাব মেছেজ, শিক্ষা সেতুত চৰকাৰৰ নতুন সংযোজন December 17, 2025 Sonakshi Sarkar বন্ধ হ’ব অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ সমস্যাৰ সমাধানৰ বাবে ‘স্বয়ংক্ৰিয় এছএমএছ অনুপস্থিতি সতৰ্কতা ব্যৱস্থা’ নামৰ এক নতুন ডিজিটেল পদ্ধতি আৰম্ভ কৰা হৈছে। কেবিনেট মন্ত্ৰী ৰণোজ পেগুৱে এই পদ্ধতি মুকলি…
Education দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ শীৰ্ষত হিন্দু কলেজ, দ্বিতীয়ত মিৰাণ্ডা হাউচ কলেজ September 4, 2025 Sonakshi Sarkar শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এন আই আৰ এফ ৰেংকিং ২০২৫।এইবাৰো মহাবিদ্যালয় শাখাত দিল্লী বিশ্ববিদ্যালয়ৰ (ডি ইউ) মহাবিদ্যালয়সমূহে আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰৰ দৰে এইবাৰো হিন্দু কলেজে শীৰ্ষস্থান দখল কৰিছে। একে…
Education কেন্দ্ৰীয় বিদ্যালয়- নৱোদয় বিদ্যালয়ত ১২ হাজাৰ শিক্ষকৰ পদ খালী July 25, 2025 Sonakshi Sarkar শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নৱোদয় বিদ্যালয়ত ১২ হাজাৰৰো অধিক শিক্ষকৰ পদ খালী হৈ আছে। বুধবাৰে ৰাজ্যসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত…
Education অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিৰ বহু ডাঙৰ পৰিৱৰ্তন July 16, 2025 Sonakshi Sarkar অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপত এনচিইআৰটিয়ে বহু ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে। বৰ্তমানৰ তথ্য অনুসৰি এনচিইআৰটিয়ে নতুন অধ্যায়ত বাবৰক নিষ্ঠুৰ বিজয়ী বুলি অভিহিত কৰিছে। আকবৰ আৰু ঔৰংজেৱৰ অধ্যায়বোৰতো পৰিৱৰ্তন কৰিছে। এনচিইআৰটিয়ে…