Assam News শিলচৰ পৌৰ নিগম নিৰ্বাচন সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ বাবে ৰাজনৈতিক দলসমূহৰ সহযোগিতা বিচাৰিলে ৰাজ্যিক নিৰ্বাচন আয়োগে August 31, 2026 Tarali আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন…
Latest NRC ৰ দাবী আৰু প্ৰতিবাদৰ মাজত মণিপুৰত জনগণনা ২০২৭ৰ কাম পিছুৱালে কেন্দ্ৰই August 31, 2026 Tarali মেইটেই আৰু নগা সংগঠনসমূহে জনগণনা আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) ৰূপায়ণৰ দাবীত অব্যাহত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত, ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া মণিপুৰত জনগণনা ২০২৭ৰ কাৰ্যক্ৰম কেন্দ্ৰই…
Latest পৰ্যটনস্থলী পৰিষ্কাৰ, সেউজ আৰু প্লাষ্টিকমুক্ত কৰি ৰাখিবলৈ তাৱাঙত বিশেষ অভিযান August 31, 2026 Tarali তাৱাং আৰু ইয়াৰ মনোৰম পৰ্যটনস্থলীসমূহ পৰিষ্কাৰ, সেউজ আৰু প্লাষ্টিকমুক্ত কৰি ৰখাৰ এক সমূহীয়া প্ৰচেষ্টাৰ অংশ হিচাপে মনপা মিমাং ছোগপা (MMT) এ জিলা প্ৰশাসন, তাৱাং আৰু ভাৰতীয় সেনাৰ সহযোগত এক বৃহৎ…
Assam নেপালৰ মহাপ্ৰলয়ৰ মাজতো সুখৰ বতৰা! এগৰাকী প্ৰধান শিক্ষকৰ বাবেই ৰক্ষা পৰিল ১,৬৪৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰাণ August 31, 2026 Paromita উত্তাল জলৰাশিৰ প্ৰলয়ংকৰী তাণ্ডৱে চাৰিওফাল ছাৰখাৰ কৰাৰ আগমুহূৰ্ততে এজন ব্যক্তিৰ ক্ষিপ্ৰ সিদ্ধান্তই জীৱন দান কৰিলে সহস্ৰাধিক কিশোৰ-কিশোৰীক। চুবুৰীয়া দেশ নেপালৰ নুৱাকোট জিলাৰ ত্ৰিশূলী উপত্যকাত সংঘটিত হোৱা আকস্মিক বানৰ ভয়াৱহতাৰ মাজতে…
Assam ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ ট্ৰাকত খুন্দা যাত্ৰীবাহী বাহনৰ! ক্ষেত্ৰীত নিহত ৬ August 31, 2026 Paromita নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হ’ল এখন যাত্ৰীবাহী বাহন। কামৰূপ (মহানগৰ) জিলাৰ খেত্ৰী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নলগ্ৰেদা অঞ্চলত…
Assam আৰক্ষীৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সশস্ত্ৰ অপৰাধী; গোৱালপাৰাৰ ব্যৱসায়ী হত্যাকাণ্ডৰে সম্পৰ্ক থকাৰ সন্দেহ August 31, 2026 Paromita পুৱতি নিশাৰ বিশেষ অভিযানত নিঃশেষ হ’ল এটা সশস্ত্ৰ অপৰাধী চক্ৰৰ চাৰিজনকৈ সদস্য। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ সংছাক অঞ্চলৰ সমীপত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্য্যকৰ এনকাউণ্টাৰ। অসম-মেঘালয় সীমান্তত…
Assam মুছলমান ছাত্ৰীসকলৰ স্নাতক মহলাৰ সম্পূৰ্ণ মাচুল ৰেহাইৰ ঐতিহাসিক সিদ্ধান্ত; বাজেটত ২০ কোটি টকা আৱণ্টন বিজয় চৰকাৰৰ August 31, 2026 Paromita সংখ্যালঘু সম্প্ৰদায়ৰ নাৰী শিক্ষাৰ বিকাশ আৰু সৱলীকৰণৰ লক্ষ্যৰে এক যুগান্তকাৰী কল্যাণমূলক আঁচনিৰ কথা ঘোষণা কৰিলে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰে। চৰকাৰী কোটাৰ অধীনত নামভৰ্তি কৰা মুছলমান ছাত্ৰীসকলৰ বাবে স্নাতক পৰ্যায়ৰ সম্পূৰ্ণ…
Assam মৰ্গত স্থানৰ অভাৱ! নেপালৰ বানত নিহত শ শ অচিনাক্ত মৃতদেহ সংৰক্ষণৰ বাবে জংঘলত বিজ্ঞানসন্মত সৎকাৰ প্ৰক্ৰিয়া আৰম্ভ August 31, 2026 Paromita প্ৰতিদিনেই বৃদ্ধি পাইছে মৃতকৰ সংখ্যা, যাৰ ফলত শ শ মৃতদেহেৰে এতিয়া ভৰি পৰিছে চিকিৎসালয়ৰ মৰ্গ। এনে সময়ত মৰ্গত ঠাইৰ চৰম অভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া জংঘলৰ মাজত পুতি থ’বলগীয়া হৈছে শ…
Assam ছবিপ্ৰেমীৰ প্ৰতীক্ষাৰ অন্ত পেলাই ৯ অক্টোবৰত চিত্ৰগৃহলৈ আহিব অসমীয়া কথাছবি ‘ডিফলু’ August 31, 2026 Sonakshi Sarkar অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্ত পেলাই অহা ৯ অক্টোবৰত ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া কথাছবি ‘ডিফলু’ৱে। বৰলুইত প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিখনৰ মুক্তিৰ দিন…
Sports স্পেইনক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে বিশ্ব চেম্পিয়ন জাৰ্মানী August 31, 2026 Sonakshi Sarkar এক উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত স্পেইনক ১-০ গ’লৰ ন্যূনতম ব্যৱধানত পৰাজিত কৰি জাৰ্মানীয়ে চতুৰ্থবাৰৰ বাবে বিশ্বকাপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে।সমগ্ৰ মেচখনত দুয়োটা দলেই তীব্ৰ সংগ্ৰাম চলাইছিল যদিও জাৰ্মানীয়ে সুন্দৰ ৰণনীতি…