Assam মিছন বানমুক্ত গুৱাহাটী: মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত GMDA, GMC, NHAI সহ বিভিন্ন বিভাগৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক, ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ August 23, 2026 Tarali অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে শনিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত মিছন বানমুক্ত গুৱাহাটীৰ এতিয়ালৈকে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ…
Assam মেঘালয়ৰ বাহনৰ বিৰুদ্ধে অৱৰোধ স্থগিত অসমৰ কেব অপাৰেটৰৰ August 22, 2026 Tarali শনিবাৰে অসমৰ কেব অপাৰেটৰসকলে দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছত সুৰক্ষাৰ আশ্বাসৰ পিছত মেঘালয়ৰ বাহনৰ বিৰুদ্ধে অৱৰোধ স্থগিত কৰে। অসমৰ সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ…
Assam Latest বানৰ পৰা উদ্ধাৰ হোৱা হাতী জয়মতীক বিশেষ চিকিৎসাৰ বাবে বন্তাৰালৈ বিমানেৰে স্থানান্তৰ August 22, 2026 Tarali জুলাই মাহত নাগালেণ্ড আৰু অসমৰ বানৰ পৰা উদ্ধাৰ হোৱা ৫৩ বছৰীয়া মাইকী হাতী জয়মতীক একাধিক আঘাত আৰু দীৰ্ঘদিনীয়া চলা-ফুৰাৰ সমস্যাৰ বাবে বিশেষ পশু চিকিৎসাৰ বাবে জামনগৰৰ বন্তাৰালৈ বিমানেৰে লৈ যোৱা…
Assam সাংস্কৃতিক অনুষ্ঠান উপভোগৰ সময়তে মহতিয়াই নিলে নিয়ন্ত্ৰণহীন বাছে! নিহত ৫, আহত বহুতো August 22, 2026 Paromita উৎসৱমুখৰ পৰিৱেশৰ মাজতে হঠাৎ নামি অহা এক শোকাৱহ দুৰ্ঘটনাই কঁপাই তুলিলে বিহাৰৰ পশ্চিম চম্পাৰণ জিলা। পথৰ কাষত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি থকা দৰ্শকৰ মাজত নিয়ন্ত্ৰণ হেৰুওৱা এখন বাছ…
Assam ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা; কামৰূপত বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰি সৰবৰাহকাৰী আটক August 22, 2026 Paromita গোপন সূত্ৰৰ পম খেদি চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ল কামৰূপ জিলা আৰক্ষী। জিলাখনৰ নগৰবেৰা থানাৰ অন্তৰ্গত কল্যাণপুৰত শুকুৰবাৰে নিশা আৰক্ষীয়ে অতৰ্কিতে চলোৱা এক অভিযানত বুজন…
Assam অসমৰ বান আৰু প্ৰকৃতিৰ সংকট সমাধানৰ বাবে ব্যাপক বৈজ্ঞানিক পদক্ষেপৰ দাবীঃ বিশেষ কনভেনচনৰ আহ্বান নাগৰিক সন্মিলনৰ August 22, 2026 Paromita জলবায়ু পৰিৱৰ্তন আৰু বৰ্তমানৰ তথাকথিত উন্নয়নৰ আৰ্হিয়ে অসমৰ বান পৰিস্থিতিক অধিক ভয়াৱহ আৰু বিধ্বংসী কৰি তুলিছে। এই উদ্বেগ প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। কেৱল সাময়িক সকাহ আৰু মথাউৰি মেৰামতিৰ পৰিৱৰ্তে…
Assam নিৰাপত্তাহীনতাৰ অচিলা লৈ মেঘালয়লৈ পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ সৰবৰাহ বন্ধ এনইপিএমইউৰ; ৰাজধানী শ্বিলঙত কটকটীয়া নিৰাপত্তা ব্যৱস্থা August 22, 2026 Paromita মেঘালয়ত অসমৰ বাহন আৰু চালকসকলৰ ওপৰত চলি থকা নিৰ্যাতনৰ প্ৰতিবাদত চুবুৰীয়া ৰাজ্যখনলৈ পেট্ৰ’ল, ডিজেল আৰু এলপিজি কঢ়িওৱা সকলো ধৰণৰ বাহনৰ চলাচল অনিৰ্দিষ্টকালৰ বাবে বন্ধ ঘোষণা কৰিছে উত্তৰ-পূব পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নে।…
Assam শ্বিলঙত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপৰ মাজতো যাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ! ই-বাছৰ চালক-পৰিচালকক নগদ ধনসহ বিশেষ সম্বৰ্ধনা August 22, 2026 Paromita উত্তপ্ত পৰিস্থিতি আৰু আক্ৰমণৰ মুখামুখি হৈও অসীম সাহস আৰু উপস্থিত বুদ্ধিৰে বহু যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰিলে এখন চৰকাৰী বাছৰ চালক আৰু পৰিচালকে। শ্বিলং চহৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি…
Business ঔষধ প্ৰস্তুত কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণ August 22, 2026 Dipshikha শুকুৰবাৰে গভীৰ নিশা তেলেংগানাৰ য়াদাদ্ৰী ভংগীৰ জিলাৰ পোচমপল্লী মণ্ডলৰ দোথিগুডেমৰ সমীপত হাজেলো লেব প্ৰাইভেট লিমিটেড নামৰ এটা ঔষধ প্ৰস্তুতকৰণ কোম্পানীৰ ৰিয়েক্টৰ বিস্ফোৰণত দুজন শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়…
Business দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা August 22, 2026 Dipshikha যোগীঘোপাত দুৰ্ধৰ্ষ ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰাৰ ডকাইত বৰাত আলী। সো-ভৰিত গুলী লাগি আহত হয় ডকাইতটো।কৃষ্ণাইৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুৰ্ধৰ্ষ ডকাইতটোক। যোগীঘোপা থানালৈ আনি…