মহানগৰীৰ পাৰ্শ্বৱৰ্তী ডিগাৰুত আজি পুৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়। কলকাতা-চাইৰাং এক্সপ্ৰেছ ইঞ্জিনসহ 5 টাকৈ দবা আকস্মিকভাৱে ইঞ্জিনসহ লাইনচ্যুত হয় । কোনো যাত্ৰী হতাহত হোৱা নাই ।কলকাতা–ছাইৰাং এক্সপ্ৰেছখন ডিগাৰু ৰে’লৱে ষ্টেচনত আন এখন ৰে’লক অগ্ৰাধিকাৰ দিবলৈ ৰখোৱা হৈছিল। সেই সময়তে ৰে’লখনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। Share this:FacebookX Related Post navigation অসমৰ যোৰহাটত চাৰিজন সন্দেহযুক্ত গঁড় চিকাৰী গ্ৰেপ্তাৰ