Month: August 2026

যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ

যোৰাবাটত তৃতীয় দিনাও অব্যাহত আছে কেব চালকৰ প্ৰতিবাদ। কেব চালকসকলৰ এই প্ৰতিবাদে ক্ৰমাত তীব্ৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ পৰা অসমলৈ অহা যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি…

জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।

য়েমেন আৰু ছোমালিয়াৰ সমীপত জলদস্যুৰ হাতত ২খন জাহাজ অপহৃত হোৱাৰ খবৰ আহিছে। ২২গৰাকী ভাৰতীয়ক বন্দী নাবিক আৰু কৰ্মচাৰীক বন্দী কৰি ৰাখিছে জলদস্যুয়ে।এম.টি. চি বু ১ (M.T. Sibu 1) নামৰ এৰিট্ৰিয়াৰ…

লুছানে ডায়মণ্ড লীগত দ্বিতীয় স্থানত নীৰজ চোপ্ৰা

ভাৰতীয় জেভলিন থ্ৰ’ৰ তাৰকা খেলুৱৈ নীৰজ চোপ্ৰাই এক বছৰতকৈও অধিক সময়ৰ ভিতৰত নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে, কিন্তু শুকুৰবাৰে ইয়াত অনুষ্ঠিত লুছানে ডায়মণ্ড লীগত শ্ৰীলংকাৰ উদীয়মান তাৰকা ৰমেশ পথিৰাগেই মাত্ৰ…

৩৭ MLD উত্তৰ গুৱাহাটী আৰু ১০৭ MLD দক্ষিণ-পশ্চিম খোৱাপানী প্ৰকল্পই ৪৫ হাজাৰ পৰিয়ালক উপকৃত কৰিব: মন্ত্ৰীৰ পৰ্যালোচনা

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী জল ব’ৰ্ডে ৰূপায়ণ কৰি থকা উত্তৰ গুৱাহাটী আৰু দক্ষিণ-পশ্চিম গুৱাহাটী খোৱাপানী প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয় আৰু…

অসমত ড্ৰাগছ বিৰোধী অভিযান: ২৭ কোটি টকাৰ হেৰ’ইন, টেবলেট সহ ৮ জন গ্ৰেপ্তাৰ

অসম আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে ৰাজ্যজুৰি পৃথক অভিযান চলাই অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে, যাৰ ফলত কেইবাজনো সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰু মাদক দ্ৰব্য জব্দ কৰা হৈছে। খাৰুৱাবান্ধা আৰক্ষীয়ে…

অসমত বাল্যবিবাহৰ বিৰুদ্ধে অধিক তীব্ৰতৰ অভিযান; ৫ বছৰত ১১,১৯৬ গৰাকী অভিযুক্ত গ্ৰেপ্তাৰ

​অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে বাল্যবিবাহ নামৰ সামাজিক ব্যাধিটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে চলোৱা অভিযান অব্যাহত ৰাখিছে। এই বিশেষ অভিযানৰ অধীনত বিগত ৫ বছৰৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ…

অসমৰ বন্যাৰ্তৰ সহায়ৰ বাবে গুঞ্জক ৩.৩ কোটি টকাৰ সাহায্য বিনান্সৰ

বিনান্স কেম্পানীৰ জনহিতকৰ শাখা বিনান্স চেৰিটি-এ অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ জৰুৰীকালীন সাহায্য আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ গুঞ্জৰ ৰাহত পদক্ষেপলৈ ৩.৩ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই…

ৰাষ্ট্ৰবাদৰ নামত চকুলো টোকা সকলেই যুৱপ্ৰজন্মৰ ডাঙৰ শত্ৰুঃ মল্লিকাৰ্জুন খাৰ্গে

যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু গৃহ মন্ত্ৰ্যালয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই…

যন্তৰ-মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত পেলেট গান ব্যৱহাৰৰ অভিযোগ! ভুক্তভোগীৰ সৈতে থানাত ৰাহুল গান্ধীৰ ধৰ্ণা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পেলেট গান ব্যৱহাৰ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক উত্তেজনাময় পৰিৱেশ। এই ঘটনাত ৰেপিড একশ্যন ফ’ৰ্চৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ…

হিন্দু-মুছলিম মানসিকতাৰ পৰা ওলাই আহকঃ ‘বন্দে মাতৰম’ক লৈ শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কংগনা ৰানাৱটৰ

ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ গোৱাক কেন্দ্ৰ কৰি চলি থকা দেশজোৰা বিতৰ্কৰ মাজতে প্ৰবীণ চলচ্চিত্ৰ অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ বক্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিল অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাৱট। বৃহস্পতিবাৰে সামাজিক মাধ্যমত…