শ্ৰীলংকাই মুকলি কৰি দিলে ভাৰতৰ ৭ মাছমৰীয়াক। চেন্নাই বিমান বন্দৰত উপস্থিত ভাৰতীয় মাছমৰীয়াসকল। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াকেইজনক। সামুদ্ৰিক আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক। শ্ৰীলংকাৰ নৌ সেনাই গ্ৰেপ্তাৰ কৰি গতাই দিছিল ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ক। কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ে ভাৰতীয় মাছমৰীয়াকেইজনক প্ৰেৰণ কৰিলে স্বদেশলৈ। Share this:FacebookX Related Post navigation বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে নেপালত ৫ দিনীয়া ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী