Assam বিদ্যালয়ৰ দুৰৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানত আক্ৰমণৰ সন্মুখীন চিজেপি কৰ্মী! শিক্ষামন্ত্ৰীক ৪৮ ঘণ্টাৰ আল্টিমেটাম August 21, 2026 Paromita ৰাজহুৱা বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা পৰিদৰ্শন কৰিবলৈ গৈ ৰাজস্থানৰ জয়পুৰত দুৰ্বৃত্তৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল ‘ককৰোচ জনতা পাৰ্টী’ৰ কৰ্মী-সমৰ্থক। জয়পুৰৰ বগৰু অঞ্চলৰ অন্তৰ্গত ৰামপুৰা কঁৱৰপুৰাত দলটোৰ প্ৰতিনিধি দলটোক স্থানীয় লোক আৰু…
Assam শ্বিলঙৰ তাণ্ডৱৰ পিছতে কেএছইউৰ শীৰ্ষ তিনি নেতাক গাৰো পাহাৰৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা; অতিৰিক্ত অৰ্ধসামৰিক বাহিনী মোতায়েন August 21, 2026 Paromita শ্বিলং মহানগৰীত সৃষ্টি কৰা ব্যাপক হিংসাত্মক পৰিস্থিতিৰ পিছতেই গ্ৰেপ্তাৰ হোৱা খাছী ষ্টুডেণ্টছ ইউনিয়নৰ শীৰ্ষ তিনি নেতাক অনা-খাছী অধ্যুষিত গাৰো পাহাৰ জিলাৰ কাৰাগাৰলৈ প্ৰেৰণৰ যোজা চলাইছে মেঘালয় প্ৰশাসনে। কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ…
Assam জাতিৰ পিতা মহাত্মা গান্ধীৰ হস্তলিখিত পাণ্ডুলিপিৰ বিশ্ব অভিলেখ! নিলামত ১৬.২ কোটি টকাত বিক্ৰী ৬৮৮ টা চিন্তা-দৰ্শন August 21, 2026 Paromita মহাত্মা গান্ধীৰ আদৰ্শ, সত্য আৰু অহিংসাৰ বাৰ্তাবাহী এক অমূল্য ঐতিহাসিক নথিয়ে নিলামৰ ইতিহাসত সৃষ্টি কৰিলে এক নজিৰবিহীন বিশ্ব অভিলেখ! মুম্বাইস্থিত প্ৰতিষ্ঠিত নিলাম সংস্থা ‘চেফ্ৰনআৰ্ট’ৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ নিলামত জাতিৰ…
Assam ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য August 20, 2026 Business Bureau শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্যতম ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্স ৱাটাৰপ্ৰুফিং চল্যুচনে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ২,০০০ বানপীড়িত পৰিয়ালক সহায় কৰিবলৈ সাহায্য অভিযান হাতত লৈছে।কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা…
Business অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা August 20, 2026 Dipshikha অসম-মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা । অসমৰ কেব চালক, বিভিন্ন পৰিবহণ সন্থাৰ তীব্ৰ প্ৰতিবাদত স্তব্ধ হৈ পৰিছে খানাপাৰা । অসম আৰু মেঘালয়ৰ সংযোগস্থল খানাপাৰা আৰু যোৰাবাটত চালকসকলে পুৱাৰে পৰা অৱৰোধৰ…
Business পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ August 20, 2026 Dipshikha পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ ৷ আজি (২০ আগষ্ট)ৰ পৰা ৰাজ্যখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে ৷ ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য…
Business যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই August 20, 2026 Dipshikha যোৰাবাটৰ প্ৰতিবাদকাৰীক সংগ দিলে শৃংখল চলিহাই। ‘এই আন্দোলন বহুদূৰলৈ আগবাঢ়িব। তৃতীয় শক্তিয়ে এই আন্দোলনত সোমাই যাতে প্ৰতিবাদটো বিপদে পৰিচালিত নকৰে।’ প্ৰতিবাদকাৰী সকলক চোঁকা নজৰ ৰাখিবলৈ আহ্বান শৃংখল চলিহাৰ। বীৰ লাচিত…
Business প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই August 20, 2026 Dipshikha নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি, বানৰ পাছত গ্ৰহণ কৰিবলগীয়া পুনৰ্নিৰ্মাণমূলক পদক্ষেপ আৰু অসম চৰকাৰৰ প্ৰথম ১০০…
Assam সীমান্তৰ কাঁটাতাঁৰ কাটি অবৈধ প্ৰৱেশ! দণ্ডিত বাংলাদেশী নাগৰিকক ২৪ ঘণ্টাৰ ভিতৰত অসম এৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ August 20, 2026 Paromita আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁটাতাঁৰ কাটি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কাৰাবাস খাটি ওলোৱা এজন বাংলাদেশী নাগৰিকক তৎকালীনভাৱে ৰাজ্য এৰাৰ নিৰ্দেশ দিলে জিলা প্ৰশাসনে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা…
Assam কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ বিৰোধীৰ স্থিতিক প্ৰশ্ন মন্ত্ৰী পিযুষ হাজৰিকাৰ; ২০১৫ চনৰ আন্দোলনৰ প্ৰসংগ উত্থাপন August 20, 2026 Paromita কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বিৰোধী দল-সংগঠনৰ দ্বৈত স্থিতিক তীব্ৰ প্ৰশ্নবাণেৰে থকা-সৰকা কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বক্তব্যৰ…