Month: August 2026

যোৰহাটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মূল অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ; ধৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি

যোৰহাট চহৰৰ এটা ফ্লেটত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে আৰক্ষীয়ে জালত পেলালে আন এজন মূল অভিযুক্তক। বৃহস্পতিবাৰে যোৰহাট সদৰ আৰক্ষী থানাৰ এটা দলে মিলন নগৰৰ…

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰাত শিক্ষয়িত্ৰীক ২৭ বাৰ ছুৰীকাঘাত কৰি হত্যা! দশম শ্ৰেণীৰ দুই ছাত্ৰক আটক

ঘৰত চুৰি কৰিবলৈ গৈ ধৰা পৰি নিজৰে শিক্ষয়িত্ৰীক নৃশংসভাৱে ছুৰীৰে হানি হত্যা কৰিলে দুই ছাত্ৰই! তেলেংগানাৰ নালগোন্দা জিলাত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি উঠা চাঞ্চল্যকৰ ঘটনা। যোৱা ১১ আগষ্টত…

দিল্লী বিমান বন্দৰত উত্তৰ-পূবমুখী দুই যাত্ৰীৰ পৰা জব্দ প্ৰায় ৬৯ লাখ টকা

দেশৰ ব্যস্ততম বিমান বন্দৰত তালাচী চলাই উদ্ধাৰ কৰা হ’ল বিপুল পৰিমাণৰ নগদ ধন। নিয়মীয়া নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে চলোৱা এক অভিযানত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ৬৮ লাখ…

স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিলে নতুন শ্লাভিয়া বাহন, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা

স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিলে নতুন শ্লাভিয়া বাহন, এই বাহন মুকলিৰ লগে লগে অনন্য শৈলী, নতুন প্ৰযুক্তি, বৰ্ধিত আৰাম আৰু অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্যৰে চেডান পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। কোম্পানীটোৱে…

বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ তিনি বছৰত ১৮.২১% চিএজিআৰ অৰ্জন

বাজাজ ফিনচাৰ্ভ মিউচুৱেল ফাণ্ডৰ ধ্বজাবাহী প্লেন বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডে সফলতাৰে ৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০২৩ চনৰ ১৪ আগষ্টত মুকলি হোৱা এই ফাণ্ডৰ ডাইৰেক্ট প্লেন-গ্ৰওথ বিকল্পই ২০২৬ চনৰ ১৩…

দিহিং পাটকাইত বাঘ: ZSI ৰ কেমেৰা-ট্ৰেপে উপস্থিতি নিশ্চিত কৰিলে

পৰিবেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ১৯ আগষ্টত কয় যে অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এটা পুৰুষ বাঘ কেমেৰা-ট্ৰেপত ধৰা পৰিছে। ইয়াৰ ফলত অঞ্চলটোৰ বৰ্ষাৰণ্য পৰিৱেশত বৃহৎ বন্যপ্ৰাণীটোৰ উপস্থিতি…

অসমত SOIMUN 2026 উদ্বোধন: নেতৃত্ব গঢ়িবলৈ ১৫০ গৰাকী যুৱ প্ৰতিনিধিৰ মডেল ৰাষ্ট্ৰসংঘত অংশগ্ৰহণ

স্কোৱাৰ ৱান ইণ্টাৰনেচনেল মডেল ৰাষ্ট্ৰসংঘৰ (SOIMUN) ২০২৬ চনৰ উদ্বোধনী অনুষ্ঠান অসমত অনুষ্ঠিত হয়। যুৱক-যুৱতীসকলক ৰাজহুৱা কূটনীতি, নেতৃত্ব আৰু নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে পৰিচিত কৰোৱাই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য। দেশৰ বিভিন্ন…

ব্ৰহ্মপুত্ৰৰ বুকুত এনডিআৰএফৰ শ্বাসৰুদ্ধকৰ অভিযান! জীৱন্তে উদ্ধাৰ মহিলা

এক শ্বাসৰুদ্ধকৰ অভিযানেৰে ব্ৰহ্মপুত্ৰৰ উত্তাল জলৰাশিত উটি যোৱা এগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ (এনডিআৰএফ) জোৱান। ‘গেটৱে’ অৱ গুৱাহাটী’ৰ সমীপত ফেৰীৰ পৰা হঠাতে নদীৰ গভীৰ পানীত…

কাৰ্বি আংলংত কৃষি, জলসিঞ্চন আঁচনিৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই; আন্তঃগাঁথনি পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰৰ আহ্বান

কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি বুধবাৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই তাৰালাংছোত এক বিস্তৃত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত কা এ এ চিৰ…

শিৱসাগৰত অবৈধ কয়লা খননৰ প্ৰমাণ দাখিলৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত যদি কোনোবাই অবৈধ কয়লা খনন হোৱা বুলি দাবী কৰে, তেন্তে মোক ভৌগোলিক অৱস্থানসহ আলোকচিত্ৰ প্ৰেৰণ কৰক, মই তৎকালীনভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিম। – বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰত সংবাদ মাধ্যমৰ সন্মুখত…