বিহাৰৰ ৰাঘপুৰৰ গংগা নদীত ভয়ংকৰ নাও দুৰ্ঘটনা।বিহাৰৰ ভাগলপুৰৰ ৰাঘোপুৰত সংঘটিত এই শোকাবহ ঘটনাত বৰ্তমানলৈ কেইবা ডজন লোক নিৰুদ্দেশ।ঘটনাস্থলিত NDRF উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে।হঠাতে জলপৃষ্ঠ বৃদ্ধিৰ বাবেই সংঘটিত হৈছে এই দুৰ্ঘটনা..!কেমেৰাত বন্দী শিহৰণকাৰী নাও দুৰ্ঘটনাৰ দৃশ্য।১৯জন শ্ৰমিকক উদ্ধাৰ, নিখোজ ২জন শ্ৰমিক। Share this:FacebookX Related Post navigation আদানি এনাৰ্জি ছলিউচনে ৪,৭০০ কোটি টকাৰ মহাৰাষ্ট্ৰ ট্ৰেন্সমিছন প্ৰকল্প লাভ কৰিলে নেপালক সহায়ৰ বাবে সাজু ভাৰত