Category: Education

“শিক্ষা সপ্তাহ” উদযাপন

বৰপেটা শিক্ষা খণ্ডৰ পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰতো চলিত মাহৰ ৫ আগষ্ট তাৰিখৰ পৰা উলহ মালহেৰে “শিক্ষা সপ্তাহ” উদযাপন কৰা হয়। পালহাজী দক্ষিণ মণ্ডল সমল কেন্দ্ৰৰ প্ৰতিখন বিদ্যালয়ৰে ছাত্ৰ-ছাত্ৰীৰ মাজত…

বিদেশত অধ্যয়নৰত অৱস্থান ৫ বছৰত ৬৩৩ জন ভাৰতীয় ছাত্ৰৰ মৃত্যু

লাখ লাখ ভাৰতীয় শিক্ষাৰ্থী পঢ়িবলৈ বিদেশলৈ যায়, কিন্তু শ শ ভাৰতীয় শিক্ষাৰ্থীয়ে বিদেশতে প্ৰাণ হেৰুৱায়। ইয়াক লৈ ভাৰত চৰকাৰে এক চিন্তনীয় তথ্য প্ৰকাশ কৰিছে। তথ্য অনুসৰি, যোৱা পাঁচ বছৰত বিদেশত…

দিল্লী বিশ্ববিদ্যালয়ে বৃদ্ধি কৰিলে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ মাচুল

দিল্লী বিশ্ববিদ্যালয়ে ২০২৪-২০২৫ শৈক্ষিক বৰ্ষত ভৰ্তি হোৱা বিদেশী শিক্ষাৰ্থীৰ লগতে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি কাৰ্যসূচীৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ বাবে মাচুল বৃদ্ধি কৰিছে। উপাচাৰ্য যোগেশ সিঙে জুনত আগষ্টৰ পৰা…

বৈঠাপুতা সত্ৰ পৰিদৰ্শন জাপানৰ বিশেষজ্ঞৰ

মহাপুৰুষ মাধৱদেৱৰ স্মৃতি বিজৰিত বৰপেটা জিলাৰ অন্তৰ্গত বাঘবৰৰ বৈঠাপুতা সত্ৰখনক ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ উপায় উলিওৱাৰ বাবে এক সুদূৰ প্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰৰ অনুৰোধ…

২০২৪ বিত্তীয় বৰ্ষত শিক্ষাৰ বাবে ৮.২৮ লাখ কোটি টকা ব্যয়

সংসদত সোমবাৰে উত্থাপন কৰা ২০২৩-২৪ বৰ্ষৰ অৰ্থনৈতিক জৰীপে পৰামৰ্শ দিছে যে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় সংস্থাসমূহৰ প্ৰচেষ্টা, বিশেষকৈ প্ৰাথমিক শিক্ষাৰ সমন্বয়ৰ প্ৰয়োজন আছে। সমীক্ষাত কোৱা…

“সুৰতীৰ্থ”ৰ তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সামৰণি

জ্যোতিনগৰস্থিত পূৱ গুৱাহাটী উচ্চ বিদ্যালয়ৰ আতিথ্যত আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী ” সুৰতীৰ্থ”ৰ উদ্যোগত উক্ত বিদ্যালয় প্ৰাংগণত ৫ দিনীয়াকৈ অনুষ্ঠিত তৃপ্তিৰেখা গোস্বামী সোঁৱৰণী অসমীয়া গীতৰ কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে । ৮…

ঐক্যৰ উদ্যোগত সত্ৰীয়া সংগীত মহাবিদ্যালয় মুকলি

শিৱসাগৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁত ধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু কুমাৰ দাসে…

বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণ

বৰপেটা চহৰৰ ৰংপুৰহাটীৰ “ময়ুৰী দুৱৰী দবা অনুশীলণ কেন্দ্ৰ”ত অহা ১০ জুলাইৰ পৰা ২৫ জুলাইলৈ পোন্ধৰ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন দবা প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। উক্ত বিনামূলীয়া দবা প্ৰশিক্ষণ কেৱল চৰকাৰী…

দেশৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ গৌৰৱ অৰ্জন জৱাহৰলাল নেহৰু বিশ্ববিদ্যালৰ

ইণ্ডিয়ান ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্কে দেশৰ শীৰ্ষ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ৰেংকিং প্ৰকাশ কৰিছে। এই ৰেংকিঙত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (জেএনইউ) প্ৰথম স্থান লাভ কৰিছে, আনহাতে দিল্লী বিশ্ববিদ্যালয় (ডিইউ) দ্বিতীয় স্থানত আছে। আনহাতে, তেজপুৰ…

খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ বিদ্যালয়ৰ মূল্যায়ণ পৰিদৰ্শন

বৰপেটা শিক্ষাখন্ডৰ অন্তৰ্গত বাৰাদি মন্ডল সমল কেন্দ্ৰৰ কেওঁটকুছি মজলীয়া বিদ্যালয় পৰিদৰ্শন কৰেবৰপেটা খন্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই ৷ পৰিদৰ্শনৰ সময়ছোৱাত বিদ্যালয়ত চলি থকা প্ৰথম গোট মূল্যায়নৰ কোঠা সমুহ পৰিদৰ্শন…