Month: May 2025

আই পি এলত গুজৰাট টাইটানছৰ অভিযান অন্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ এলিমিনেটৰ মেচত মুম্বাই ইণ্ডিয়ানছে গুজৰাট টাইটানছক ২০ ৰানত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গঠিত দলটোৱে কোৱালিফায়াৰ-২ত প্ৰৱেশ কৰিছে। এতিয়া ১…

সমগ্র ৰাজ্যতে ৰেড এলাৰ্ট জাৰি

জলমগ্ন হৈ পৰিছে গুৱাহাটী মহানগৰ । শুকুৰবাৰৰ দিনটোত গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ ৰাজপথত সাগৰ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হয় ।গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ফলত ৫ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰীৰ…

পৰৱৰ্তী প্ৰজন্মক সেৱা প্ৰদান কৰিবলৈ হিউলেট পেকাৰ্ড এণ্টাৰপ্ৰাইজৰ সৈতে কৌশলগত অংশীদাৰিত্ব ঘোষণা ভি বিজনেছৰ

ভোডাফোন আইডিয়াৰ উদ্যোগ শাখা ভি বিজনেছে ভাৰতৰ হিউলেট পেকাৰ্ড এণ্টাৰপ্ৰাইজ(এইচপিই)ৰ সৈতে আধুনিক উদ্যোগৰ বিকাশশীল প্ৰয়োজন অনুসৰি অভিনৱ আৰু ভৱিষ্যতৰ বাবে সাজু সমাধান প্ৰদানৰ বাবে কৌশলগত পৰিচালিত সেৱা চুক্তি ঘোষণা কৰিছে।…

টাটা এআইএ FY25 ৰ বাবে ১,৮৪২ কোটিৰ ৰেকৰ্ড-ব্ৰেকিং বোনাছ উন্মোচন কৰিছে

দেশৰ অন্যতম বিশ্বাসযোগ্য জীৱন বীমা প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে ২০২৫ বৰ্ষৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে ১,৮৪২ কোটি টকাৰ অভিলেখসংখ্যক বানচ মুকলি কৰাৰ কথা ঘোষণা…

কেৰেটলেনৰ ‘ৰানৱে’ত আকৰ্ষণীয় জুৱেলাৰী সংগ্ৰহেৰে বিমান পৰিবহণ খণ্ডৰ মহিলাসকলক সন্মান

টাটাৰ এক সামগ্ৰী কেৰেটলেনে শেহতীয়াকৈ মুকলি কৰিলে এক যুগান্তকাৰী নতুন গহণা সংগ্ৰহ— ৰানৱে, বিমান পৰিবহন খণ্ডৰ মহিলাৰ হৃদস্পন্দন, উচ্চাকাংক্ষা আৰু আড়ম্বৰক উদযাপন। মুম্বাইত আনুষ্ঠানিকভাৱে মুকলিৰ লগে লগে কেৰেটলেন আকাশৰ পথ…

গুৱাহাটীত অনুষ্ঠিত হৈছে ব্যতিক্ৰম শিক্ষা সন্মিলন ৪.০, উত্তৰ-পূব ভাৰতৰ শিক্ষা খণ্ডত উত্তৰণ

ব্যতিক্রম’ৰ উদ্যোগত অহা ৩০ আৰু ৩১ মে’ গুৱাহাটীৰ নেডফি প্রেক্ষাগৃহত ‘ব্যতিক্রম এডুকেশন কনক্লেভ ৪.০’ অনুষ্ঠিত হ’বলৈ গৈ আছে। সহযোগত আছে দ্যা টাইমস অফ ইন্ডিয়া, জেআইএস গ্রুপ অফ ইনষ্টিটিউট ও নেবিম…

টাটা ৰিচ’ৰ্ছ এণ্ড এনাৰ্জি ফাণ্ডে ২০২৫ৰ ৩১ মাৰ্চলৈকে (এ ইউ এম)ত ১,০৪৮ কোটি টকালৈ বৃদ্ধি কৰিছে

স্বচ্ছ শক্তি পৰিৱৰ্তন আৰু আন্তঃগাঁথনি বৃদ্ধিৰ ওপৰত চালিত হৈ বিষয়ভিত্তিক মিউচুৱেল ফাণ্ডসমূহে—বিশেষকৈ ভাৰতবাসীয়ে শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা ফাণ্ডসমূহে বিনিয়োগকাৰীৰ আগ্ৰহ বৃদ্ধিৰ সাক্ষী হৈছে। টাটা ৰিচ’ৰ্ছ এণ্ড এনাৰ্জি ফাণ্ডে ২০২৫ৰ…

উত্তপ্ত পৰিস্থিতি মণিপুৰত

অস্থিৰ হৈ পৰিছে মণিপুৰ ।মঙলবাৰে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । মেইটেই গোটৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয় সমিতিৰ ছাত্ৰ শাখাই উপত্যকাটোৰ জিলাসমূহৰ কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তলাবন্ধ কৰি আন্দোলন তীব্ৰতৰ…

দুৰ্যোগৰ আশংকা হ্ৰাসৰ ওপৰত জাপানত দ্বিতীয় প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু আই আই টি গুৱাহাটীৰ

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এছডিএমএ) আৰু আইআইটি গুৱাহাটীৰ বিষয়াকে ধৰি ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ ১৩জন প্ৰতিনিধিয়ে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ দুৰ্যোগ প্ৰশমন হ্ৰাস(ডিআৰআৰ) প্ৰকল্পৰ অধীনত ১২–২৩ মে’লৈ দ্বিতীয় কাৰিকৰী প্ৰশিক্ষণত অংশগ্ৰহণ…

ভিৰে তেওঁলোকৰ ফেমিলী পোস্টপেইড পৰিকল্পনাৰ বাবে প্ৰতি সদস্যৰ বাবে ₹২৯৯ৰ এড-অনৰ বৈশিষ্ট্য আৰম্ভ কৰিছে

নমনীয়তা আৰু ব্যয়সাধ্যতা বৃদ্ধিৰ পদক্ষেপৰূপে ভি (ভোডাফোন আইডিয়া) এ ফেমিলী পোষ্টপেইড প্লেনত ২৯৯ টকাৰ নতুন এড-অন সুবিধা মুকলি কৰিছে। যাৰ ফলত এটা প্লেনৰ অধীনত আঠজনলৈকে অতিৰিক্ত সদস্য যোগ কৰিব পরা…