Category: International

তেঁতেলিৰ বীজেৰে মাইক্ৰ’প্লাষ্টিক নিধন: Earth Prize 2026 জয় কৰিলে ভাৰতীয় তিনিকিশোৰে

এটা সাধাৰণ ৰন্ধনশালৰ আৱৰ্জনাক পানী প্ৰদূষণৰ বিৰুদ্ধে শক্তিশালী অস্ত্ৰলৈ ৰূপান্তৰিত কৰি ভাৰতীয় কিশোৰ-কিশোৰীৰ এটা দলে The Earth Prize 2026 বঁটা নিজৰ নামত কৰিছে। বিবান ছাভচাৰিয়া, আৰিয়ানা আগৰৱাল আৰু অৱ্যনা মেহতা…

চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰি বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় অসম কন্যা লাভলীনাৰ

আন্তঃৰাষ্ট্ৰীয় বক্সিংত পুনৰ সাফল্য অৰ্জন কৰিলে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে। চেক গণৰাজ্যত অনুষ্ঠিত গ্ৰাঁ প্ৰি বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি অলিম্পিক পদকজয়ী বক্সাৰগৰাকীয়ে নিজৰ বৰ্ণাঢ্য ক্ৰীড়া জীৱনত সংযোজন…

জলবায়ু সংকটৰ বাবে জীৱাশ্ম ইন্ধন দায়ী, ৰাষ্ট্ৰসংঘৰ প্ৰধানৰ দাবী

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয় যে জীৱাশ্ম ইন্ধন হৈছে জলবায়ু সংকটৰ প্ৰধান কাৰক।বুধবাৰে জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত ৰাষ্ট্ৰসমূহৰ বাধ্যবাধকতা সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ (ICJ) পৰামৰ্শমূলক মতামত গ্ৰহণৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে…

প্ৰধানমন্ত্ৰীৰ ‘হাগপ্ল’মেচী’ক লৈ জয়ৰাম ৰমেশৰ তীব্ৰ কটাক্ষঃ আমেৰিকা-পাকিস্তানৰ মিতিৰালিক লৈ সৰব কংগ্ৰেছ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তানৰ প্ৰতি দেখুওৱা শেহতীয়া সমৰ্থনৰ বিষয়টোৱে এতিয়া দেশৰ ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। পাকিস্তান আৰু আফগানিস্তানৰ মাজত চলি থকা সংঘাতৰ মাজতে ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু…

ভাৰত–ইজৰাইল সম্পৰ্কত ঐতিহাসিক মুহূৰ্ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ কনেছেটৰ বিশেষ সন্মান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইজৰাইলৰ সংসদৰ সৰ্বোচ্চ সন্মান ‘স্পীকাৰ অব দ্য কনেছেট মেডেল’ প্ৰদান কৰা হয়। এই বিশেষ সন্মান মোদীক ইজৰাইল ভ্ৰমণৰ সময়ত সংসদত দিয়া ভাষণৰ পাছত কনেছেটৰ অধ্যক্ষ আমিৰ ওহানাই…

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক…

পাকিস্তানী সেনাৰ বৃহৎ সফলতা

পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ শেহতীয়া সংঘৰ্ষই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে পাকিস্তানৰ খাইবাৰ পাখতুনখৱা প্ৰদেশত পাকিস্তানী সেনাৰ বৃহৎ সফলতা । পাকিস্তানৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে আফগানিস্তানৰ পৰা…

দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ

ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই…

ভাৰতৰ কঠোৰ সিদ্ধান্ত

ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ প্ৰতি আমেৰিকা আৰু নাটোৰ ক্ষোভৰ ফলত উদ্বেগ বৃদ্ধি পাইছে ভাৰতৰ। শান্তি চুক্তিৰ বাবে ৰাছিয়া সাজু নহ’লে ৰাছিয়াৰ তেল ক্ৰেতাসকলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হুংকাৰ…

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ল’লে আৰু এক বৃহৎ পদক্ষেপ

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ল’লে আৰু এক বৃহৎ পদক্ষেপ ৷ এইবাৰ ব্ৰাজিলৰ পৰা আমদানীকৃত সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্প চৰকাৰে ৷ট্ৰাম্পে সাতখন দেশ ক্ৰমে- শ্ৰীলংকা, আলজেৰিয়া, ইৰাক, লিবিয়া,…