Economy News ইন্ধনৰ মূল্য বৃদ্ধি: পেট্ৰ’ল-ডিজেল ৯০ পইচাকৈ চৰক May 20, 2026 Tarali মঙলবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত প্ৰায় ৯০ পইচাকৈ বৃদ্ধি কৰা হৈছে — এসপ্তাহৰ ভিতৰত এয়া দ্বিতীয়টো মূল্যবৃদ্ধি। ইৰাণ সংঘাতৰ বাবে গোলকীয় বজাৰত খাৰুৱা তেলৰ মূল্য হঠাত বৃদ্ধি পোৱাৰ…
Business Economy ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ: গ্ৰীচ আৰু ইজৰাইলৰ সমৰ্থন May 16, 2026 Tarali প্ৰবীন গ্ৰীক আৰু ইজৰাইলী কূটনীতিবিদসকলে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)-ৰ পৰিকল্পনাক আদৰণি জনাইছে। তেওঁলোকৰ মতে, এই প্ৰস্তাৱিত বাণিজ্য পথটোৱে বিপুল অৰ্থনৈতিক সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে আৰু দীৰ্ঘদিন ধৰি সংঘাতজৰ্জৰ হৈ…
Economy International News World দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ October 22, 2025 Dipshikha ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ শোভা বঢ়াই থকা নীলম, পান্না আৰু হীৰা অন্তৰ্ধান ! দিন-দুপৰতে মাত্ৰ ৪ মিনিটৰ ভিতৰতে চোৰে লৈ গ’ল ফ্ৰান্সৰ ৰাজ পৰিয়ালৰ বহু মূল্যৱান সম্পদ । বিশেষজ্ঞসকলৰ মতে এই…
Economy ২০২৪ত ভাৰতৰ জিডিপিত ২১.১৫ ট্ৰিলিয়ন টকাৰ অৰিহণা যোগাব পৰ্যটন খণ্ডই September 27, 2024 news editor অৰ্থনৈতিক বিকাশ আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰচাৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে সকলোৰে বাবে দায়িত্বশীল, বহনক্ষম…
Cover Story Economy সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৩১৮৩.২৪ কোটি টকা আৱণ্টন বিত্ত মন্ত্ৰীৰ July 24, 2024 editor কেন্দ্ৰীয় বাজেটত এইবাৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে মুঠ ৩১৮৩.২৪কোটি টকা আৱণ্টন কৰা হৈছে, যি হৈছে আগৰ বিত্তীয় বৰ্ষৰ সংশোধিত বাজেটতকৈ ৫৭৪.৩১কোটি টকা অধিক।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ…
Business Economy আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ June 15, 2024 editor উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কহৰাৰ…
Economy News হোজাই কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন সম্পন্ন June 11, 2024 editor হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৮ আৰু ৯ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লামডিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লামডিং আজাদ হিন্দ পাব্লিক লাইব্ৰেৰী আৰু ৰেলৱে’ ইনষ্টিটিউটত অনুষ্ঠিত হয়।…
Economy News ৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই May 29, 2024 editor কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী গাঁওৰ এগৰাকী ব্যক্তিৰ সততা আৰু মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটো | ফৰিজুল হক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে বাটত হেৰাই পোৱা…
Economy ২০০০ চনৰ পৰা উত্তৰ পূবে কিমান হেৰুৱালে বনাঞ্চল: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰশ্ন May 24, 2024 news editor ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা দুটা দশকত লাখ লাখ হেক্টৰ বনাঞ্চল তহিলং কৰা সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিবকে ধৰি চৰকাৰী কৰ্তৃপক্ষৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে ভাৰতীয় জৰীপৰ…
Economy News মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ May 18, 2024 editor উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে’ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ…