বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ উদ্যোগত আৰু দেওমৰনৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত সাংবাদিক নৱজিৎ শৰ্মা সোঁৱৰণী প্ৰথম বাৰ্ষিক তিনিদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।দুনী এফচি বনাম দলংঘাট ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত দুনী এফচিয়ে প্ৰতিযোগিতাৰ বিজয় খিতাপ দখল কৰাৰ বিপৰীতে দলংঘাট ফুটবল ক্লাব বিজিত হয়। Share this:FacebookX Related Post navigation সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত ৰাষ্ট্ৰীয় নৱজাতক সপ্তাহ আৰু ‘চাঁচ’ অভিযানৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ