Month: May 2026

ৰাষ্ট্ৰীয় পেৰা এথলীট চিৰাগ ত্যাগীৰ ৰহস্যজনক মৃত্যু; এজনক আটক

ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান পেৰা এথলীট চিৰাগ ত্যাগীৰ সন্ধানহীন হোৱাৰ পিছতে অৱশেষত ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল তেওঁৰ মৃতদেহ। দিল্লীৰ হোষ্টেলৰ পৰা মোৰাদনগৰৰ নিজ গাঁৱলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা…

গৰমৰ বন্ধত ফুৰিবলৈ গৈ নিঃশেষ দুটাকৈ পৰিয়াল, গাড়ীসহ দ খাৱৈত বাগৰি ৮ জনৰ মৃত্যু

গৰমৰ বন্ধত ফুৰিবলৈ গৈ একেলগে মৃত্যুক সাৱটিবলগীয়া হ’ল দুখন ৰাজ্যৰ দুটাকৈ পৰিয়াল। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ অত্যন্ত দুৰ্গম আৰু বৰফেৰে আবৃত সাচ পাছ অভিমুখে গৈ থকাৰ সময়তে এখন নিয়ন্ত্ৰণহীন বাহন…

মুকেশ সিং ইম্ফলত উপস্থিত, ১ জুনত মণিপুৰৰ নতুন DGP হিচাপে দায়িত্ব গ্ৰহণ কৰিব

মণিপুৰত কুকি আৰু নগা গোটৰ মাজত বৰ্ধিত উত্তেজনা, সন্ধানহীন আৰু অপহৃত বুলি অভিযোগ উঠা লোকৰ অমীমাংসিত গোচৰ, ট্ৰাকচালকৰ ধৰ্মঘট, আৰু মূল ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বিঘিনিকে ধৰি বৰ্ধিত নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মাজতে…

হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে, অসম এনডিএ ৩.০ চৰকাৰৰ বাবে মাৰ্গদৰ্শন বিচাৰিলে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ সৈতে শৰ্মাৰ এয়া প্ৰথম…

ফ্ৰেন্স অপেনত ১৭ বছৰীয়া কুৱামেৰ ৰোমাঞ্চকৰ বিজয়; নাডালৰ ২০০৩ৰ অভিলেখ স্পৰ্শ

ফ্ৰান্সৰ নতুন টেনিছ তাৰকা মইছে কুৱামে (Moise Kouame) তেওঁৰ নিজৰ দেশত অনুষ্ঠিত ফ্ৰেন্স অপেন গ্ৰেণ্ড শ্লেমত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখিছে। এক ৰোমাঞ্চকৰ পাঁচ ছেটৰ খেলত জয়লাভ কৰি তেওঁ প্ৰতিযোগিতাখনৰ তৃতীয়…

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগPMOA-ত স্মাৰ্ট ছানগ্লাছ নিষিদ্ধ কৰিলে BCCI-য়ে

চলি থকা আই পি এল (IPL) প্ৰতিযোগিতাত খেলুৱৈ আৰু মেচ অফিচিয়েলসকলৰ বাবে বি চি চি আই (BCCI)-ৰ দুৰ্নীতি প্ৰতিৰোধী শাখাই (ACSU) স্মাৰ্ট ছানগ্লাছ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। মোবাইল ডাটা…

ৰাজধানীত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা! ডাউদ ইব্ৰাহিমৰ নেটৱৰ্কৰ সৈতে জড়িত ৯ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ

ৰাষ্ট্ৰীয় ৰাজধানীত এক বৃহৎ কূটাঘাতৰ পৰিকল্পনা নস্যাৎ কৰিবলৈ সক্ষম হ’ল দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ নেটৱৰ্ক আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত ৯টা সন্ত্ৰাসবাদীক শনিবাৰে…

বেঙুনীয়া হব গুৱাহাটী মহানগৰী

স্বচ্চ সুৰবেক্ষণক লৈ সাজু গুৱাহাটী পৌৰ নিগম। নিগমৰ এলেকাৰ প্ৰতিখন উন্নয়ণ সমিতিৰ মাজত হব স্বচ্চতাৰ এক প্ৰতিযোগিতা।অহা ১ জুনৰ পৰা ১৫ জুনলৈ আৰম্ভ হব প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্ব।পঞ্জীয়ণ কৰা সমিতি সমূহৰ…

কোকৰাঝাৰত বনভোজলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনা; ৫ যুৱক গুৰুতৰভাৱে আহত

বনভোজ খাবলৈ যোৱাৰ পথতেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল এখন যাত্ৰীবাহী বাহন। কোকৰাঝাৰ জিলাৰ শিখনা জহ্লাও ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বিশ্বমূৰী-সৰলপাৰা পথৰ উল্টাপানীৰ সমীপত শুকুৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। গোৱালপাৰাৰ…

ৰাণীৰ সজ্জনপাৰাত বনৰীয়া হাতীয়ে ভাঙিলে কৃষকৰ ধানৰ ভৰাল

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। আনকি বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ ৰাণীৰ পাটগাওঁ , সজ্জনপাৰা আদি অঞ্চলৰ খেতিপথাৰ সমূহত বছৰ বছৰ ধৰি চলি আহিছে…