Month: May 2026

মাদ্ৰিদ অপেনৰ ছেমি ফাইনেললৈ আবেগিক যাত্ৰাৰে পটাপোভাৰ ইতিহাস ৰচনা

বুধবাৰে মাদ্ৰিদ অপেনত কেৰোলিনা প্লিছকোভাক এটা নাটকীয় তিনি ছেটৰ যুঁজত পৰাস্ত কৰি ডব্লিউটিএ ১০০০ (WTA 1000) ইভেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী “লাকী লুজাৰ” (lucky loser) হিচাপে পৰিগণিত হোৱাৰ পিছত…

মানহানিৰ গোচৰত পৱন খেৰাক সকাহ; অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

অসম আৰক্ষীয়ে ৰুজু কৰা এক বিতৰ্কিত গোচৰত অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ নেতা পৱন খেৰা। মঙলবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে গুৱাহাটী…

জাল আদালতৰ নথিৰে ১৬ কয়দীৰ পলায়ন; আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ডসহ ১৩ জন

আদালতৰ ভুৱা চহী আৰু নথিপত্ৰৰে আইনৰ সুৰুঙা বিচাৰি কাৰাগাৰৰ পৰা পলায়ন ১৬ জনতকৈ অধিক কয়দীৰ। মিজোৰামৰ লুংলেই কাৰাগাৰত বন্দী হৈ থকা এই অপৰাধীৰ দলটোৱে যোৱা চাৰি মাহ ধৰি অতি পৰিকল্পিতভাৱে…

নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বিপৰ্যয়! একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

নিৰ্বাচন শেষ হোৱাৰ লগে লগেই পুনৰ মূল্যবৃদ্ধিৰ জুইয়ে দহিবলৈ আৰম্ভ কৰিছে সাধাৰণ জনতাক। ৪ মে’ৰ ভোটগণনাৰ পূৰ্বেই এইবাৰ একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বিশ্ব বজাৰত অপৰিশোধিত…

ধাৰাসাৰ বৰষুণত উফন্দি উঠিছে নৈৰ জলপৃষ্ঠ! উত্তৰ-পূবত বানৰ সতৰ্কবাণী জয় আয়োগৰ

উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ধাৰাবাহিক বৰষুণৰ ফলত সৃষ্টি হ’ব পৰা সম্ভাব্য বান পৰিস্থিতিক লৈ শুকুৰবাৰে এক নতুন সতৰ্কবাণী জাৰি কৰিছে কেন্দ্ৰীয় জল আয়োগে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰা অনুসৰি অহা ৪…

জবলপুৰত শোকাবহ দুৰ্ঘটনা; বৰগী বান্ধত ক্ৰুইজ ডুবি ৪ জনৰ মৃত্যু, ১২ জন সন্ধানহীন

মধ্যপ্ৰদেশৰ জবলপুৰ জিলাৰ বৰগী বান্ধত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ জল-দুৰ্ঘটনা। এখন পৰ্যটক ক্ৰুইজ হঠাত্‍ পানীত ওলোটা হৈ পৰাৰ ফলত ৪ গৰাকী যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়। জবলপুৰৰ জিলা আয়ুক্ত…

এইচপিচিএলে দেশজুৰি যোগানৰ পৰিসৰ বৃদ্ধিৰ লগতে শক্তিশালী কৰিছে সতৰ্কতা

হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড(এইচপিচিএল)-এ এলপিজি আৰু ইন্ধন যোগানৰ চাহিদা বৃদ্ধিৰ সমান্তৰালভাৱে সমগ্ৰ দেশতে নিজৰ সতৰ্কতা আৰু নিৰীক্ষণ কাঠামো শক্তিশালী কৰিছে বুলি বৃহস্পতিবাৰে প্ৰকাশ কৰে। এইচপিচিএলৰ তথ্য অনুসৰি ২০২৬ চনৰ ১…