স্বচ্চ সুৰবেক্ষণক লৈ সাজু গুৱাহাটী পৌৰ নিগম। নিগমৰ এলেকাৰ প্ৰতিখন উন্নয়ণ সমিতিৰ মাজত হব স্বচ্চতাৰ এক প্ৰতিযোগিতা।
অহা ১ জুনৰ পৰা ১৫ জুনলৈ আৰম্ভ হব প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্ব।
পঞ্জীয়ণ কৰা সমিতি সমূহৰ মাজত ১ জুলাইৰ ৩১ আগষ্টলৈ চলিব প্ৰতিযোগিতা ।প্ৰতিযোগি সকলৰ বাবে থাকিব ১৫০ নম্বৰ। প্ৰতিযোগীৰ এলেকাত পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে লাভ কৰিলে পাব ৫০ নম্বৰ
অৱশ্যে এযা বাধ্যবাধকতা নহয় পৌৰ নিগমৰ এয়া এক আহ্বান। মুঠ ৬ টা সংমণ্ডলত এই প্ৰতিযোগিতা
প্ৰতিটো সংমণ্ডলত তিনিটা পুৰস্কাৰ । প্ৰথম পুৰস্কাৰ লাভ কৰিলে ৩ লাখ টকা
দ্বিতীয় পুৰস্কাৰ ২ লাখ আৰু তৃতীয় পুৰস্কাৰ ১ লাখ টকা
অৱশ্যে ইয়াৰ লগতে নিচুকনি বঁটাৰ ব্যৱস্থা কৰিব।
৬ সংমণ্ডলৰ সৰ্বশ্ৰেষ্ট প্ৰতিযোগীক ৫ লাখ টকাৰে পুৰস্কৃত কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *