Month: September 2026

এছিয়ান গেমছৰ ফাইনেলত লাভলীনা বৰগোহাঁই; বিশ্ব চেম্পিয়নক হৰুৱাই নিশ্চিত কৰিলে ৰূপৰ পদক

পুনৰ এবাৰ বিশ্বৰ মঞ্চত উজ্বলি উঠিল অসম কন্যা লাভলীনা বৰগোহাঁই। জাপানৰ আইচিত চলি থকা বিংশতিতম এছিয়ান গেমছত আজি ভাৰতীয় বক্সাৰগৰাকীয়ে কাজাখস্তানৰ নাটালিয়া বগদানোভাক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ওজন শাখাৰ…

মণিপুৰত এনআইএৰ অভিযানত তিনি উগ্ৰপন্থী গ্ৰেপ্তাৰ; আইইডি বিস্ফোৰণ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কনভয় আক্ৰমণৰ সৈতে জড়িতৰ সন্দেহ

উগ্ৰপন্থী কাৰ্যকলাপৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনআইএয়ে মণিপুৰত পুনৰ তিনিজন সন্দেহযুক্ত উগ্ৰপন্থীক আটক কৰে। ২০২৪ চনৰ দুটা পৃথক হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে এই…

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত ৯ জন সন্দেহযুক্ত বাংলাদেশী আটক

কাঁটাতাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ অব্যাহত আছে অবৈধ অনুপ্ৰৱেশ। এই সময়তে বঙাইগাঁৱত সন্দেহযুক্ত বিদেশীৰ এটা দল আটক হোৱাৰ ঘটনাই পুনৰ সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত…

চৰকাৰী বিদ্যালয় পৰিদৰ্শনত কোনো নিষেধাজ্ঞা নাইঃ সামাজিক মাধ্যমত স্থিতি স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বই অসমৰ বিভিন্ন জিলাৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰাক লৈ দুটা ভাগত বিভক্ত হৈছে নেটিজেন। একাংশই এই পৰিদৰ্শনৰ সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই দিল্লীৰ পৰা অসমলৈ আহি স্কুল…

মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৰোৱাৰ দাবী; ভোট চুৰিৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদৰ হুংকাৰ ৰাহুল গান্ধীৰ

ভোট চুৰিৰ অভিযোগ আৰু এছআইআৰ প্ৰসংগক লৈ দেশজুৰি অব্যাহত আছে ৰাজনৈতিক উত্তাপ। এই সময়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।…

এছিয়ান গেমছৰ কম্পাউণ্ড আৰ্চাৰীত দুটাকৈ সোণৰ পদক জয় ভাৰতৰ

​এছিয়ান গেমছত ভাৰতীয় আৰ্চাৰসকলে চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি কম্পাউণ্ড আৰ্চাৰীত দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঐতিহাসিক সফলতাৰ জৰিয়তে ভাৰতে ২০২৮ চনৰ অলিম্পিক গেমছৰ বাবেও এটা গুৰুত্বপূৰ্ণ কোটা…

নেতাসকল আৰক্ষীৰ জিম্মাত থকাৰ সময়তে চি জে পিৰ অসম ৰাজ্যিক সমিতি গঠন; দলৰ দাবী

ককৰোচ জনতা পাৰ্টিয়ে (CJP) দাবী কৰিছে যে আশুতোষ ৰাংকাকে ধৰি দলটোৰ নেতা-কৰ্মীসকল আৰক্ষীৰ জিম্মাত থকাৰ সময়তে তেওঁলোকে অসম ৰাজ্যিক সমিতি গঠন কৰিছে। সংবাদ মাধ্যমক সম্বোধন কৰি চি জে পিৰ উত্তৰ-পূবৰ…

শ্বিলঙত মেঘালয় টুগেদাৰৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে ‘ঐক্য ভোজ’ৰ আয়োজন

মেঘালয় টুগেদাৰ নামৰ সংগঠনটোৱে ইয়াৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে মেঘালয়ৰ ৰাজ্যপাল চি. এইচ. বিজয়শংকৰৰ উপস্থিতিত ‘ব্ৰেকিং ব্ৰেড, বিল্ডিং ব্ৰিজেছ’ শীৰ্ষক এক ঐক্য ভোজৰ আয়োজন কৰে। এই অনুষ্ঠানত সাংস্কৃতিক বৈচিত্ৰ্য আৰু…

মহাৰাষ্ট্ৰ ৰাজ্যজুৰি ১৬০০ কিলোমিটাৰজোৰা ফ্লিট টু ফ’ৰ্টছ অভিযানৰ শুভাৰম্ভণি টিভিএছ মটৰ, ভাৰতীয় নৌসেনাৰ

ভাৰতীয় নৌসেনাই টিভিএছ মটৰ কোম্পানীৰ সহযোগত মুম্বাইৰ নেভীনগৰৰ কোহলি ষ্টেডিয়ামৰ পৰা ১৪ দিনীয়া ফ্লিট টু ফ’ৰ্টছ মটৰচাইকেল অভিযানৰ শুভাৰম্ভণি ঘটিছে। এই অভিযানত ২৫ জনীয়া এটা দলে টিভিএছ ৰনিন মটৰচাইকেলত উঠি…

মালয়েছিয়াৰ গড্ৰেজ ইণ্ডাষ্ট্ৰীজে তৈলপামৰ উদ্ভাৱন, কীটনাশক খণ্ডৰ সহযোগিতাৰ সম্ভাৱনাৰ অন্বেষণ

গড্ৰেজ ইণ্ডাষ্ট্ৰীজ গ্ৰুপে তৈল খেজুৰ উদ্ভাৱন, গৱেষণা, বাণিজ্য আৰু ঘৰুৱা কীটনাশক খণ্ডত সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ মালয়েছিয়াৰ খেতি আৰু পণ্য দ্ৰব্য মন্ত্ৰী ৱাই বি দাতুক চেৰি ড° নোৰাইনী আহমদৰ নেতৃত্বত…