Month: September 2026

বম্বে চেম্বাৰ এৱাৰ্ডছত গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে লাভ কৰিলে ইনক্লুজনৰ শীৰ্ষ সন্মান

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ বম্বে চেম্বাৰ ইনক্লুজন এৱাৰ্ডছ ২০২৬ত বৈচিত্ৰ্য, সমতা, অন্তৰ্ভুক্তিকৰণ আৰু একাত্মতা(ডিইআইবি)ৰ ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে মাৰ্কি বেষ্ট অৱ দ্য বেষ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। ১৯০…

এছিয়ান গেমছ ২০২৬ ৰ ফাইনেলত প্ৰৱেশ অসমকন্যা লাভলীনা বৰগোঁহাইৰ

এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব’গদান‘ভাক ৩-২ পইণ্টত পৰাস্ত…

আৰব সাগৰত জব্দ ৩ হাজাৰ কোটিৰ ড্ৰাগছ; ইৰাণী নাৱৰ পৰা ৫ পাক নাগৰিকক আটক

ভাৰতৰ ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট এটিএছৰ সৈতে চলোৱা যৌথ অভিযানত আৰব সাগৰত জব্দ কৰে বৃহৎসংখ্যক ড্ৰাগছ । ইৰাণৰ এখন নাৱৰ পৰা ৫২৬ কিলোগ্ৰাম মেথামফেটামাইন আৰু…

আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ডঃ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব । সামগ্ৰিকভাৱে এইখন ষ্টেডিয়ামত তৃতীয়খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব । ইয়াৰ…

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত

নেপাল সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব নেকি ভূ-স্বৰ্গ স্বৰূপ জম্মু-কাশ্মীৰত ? কাৰণ ৬৮ টা বৰফ আবৃত হ্ৰদক অতি বিপদজনক বুলি চিনাক্ত কৰিছে চৰকাৰে ৷ যিকোনো মুহূৰ্ততে ৬৮ টা বৰফ আবৃত হ্ৰদৰ…

ৰেন’ই ৭.৮৪ লাখ টকাত ১০০০পিএছ টাৰ্ব’ মডেল মুকলিৰে ট্ৰাইবাৰৰ পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ

ৰেন’ ইণ্ডিয়াই সোমবাৰে ট্ৰাইবাৰ ১০০০পিএছ মুকলি কৰে, যি নিজৰ নতুন ৰেন’ গ্ৰুপ এণ্ট্ৰী প্লেটফৰ্ম (আৰজিইপি)ৰ ভিত্তিত আধাৰিত প্ৰথমটো মডেল। এই ১০০০পিএছ মুকলিৰে কোম্পানীটোৱে এটা টাৰ্ব’চাৰ্জড পাৱাৰট্ৰেইন আৰু সংশোধিত বাহন মডেলেৰে…

চ’নী ইণ্ডিয়াই নতুন লাইটৱেট জি মাষ্টাৰ টেলিফ’ট’ লেন্স মুকলিৰে প্ৰিমিয়াম ইমেজিং পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ

চ’নী ইণ্ডিয়াই নিজৰ আলফা ফুল-ফ্ৰেম ই-মাউণ্ট চিষ্টেমৰ বাবে দুটা নতুন জি মাষ্টাৰ চুপাৰ-টেলিফ’ট’ প্ৰাইম লেন্স —এফই ৪০০এমএম এফ৪.৫ জিএম অএছএছ আৰু এফই ৬০০ এমএম এফ৬.৩ অএছএছ— মুকলি কৰাৰ কথা ঘোষণা…

ভ্ৰমণৰ সুবিধা আৰু ঐক্য বৃদ্ধিৰ লক্ষ্যৰে মিজোৰামৰ পৰা মণিপুৰলৈ আন্তঃৰাজ্যিক বাছ সেৱা আৰম্ভ

আঞ্চলিক সংযোগ উন্নত কৰা আৰু জনগোষ্ঠীয় ঐক্য সুদৃঢ় কৰাৰ উদ্দেশ্যে মিজোৰামৰ পৰিবহণ মন্ত্ৰী বনলাললানাই মঙলবাৰে চাইৰাং (আইজল) আৰু লামকা (মণিপুৰ) সংযোগী এক নতুন দৈনিক আন্তঃৰাজ্যিক বাছ সেৱাৰ ফ্লেগ অফ কৰে।…

নাগালেণ্ডৰ ৰাজ্যপালৰ আহ্বান: চৰকাৰী চাকৰিৰ বাহিৰেও অন্য দিশত মনোনিবেশ কৰক যুৱপ্ৰজন্মই

নাগালেণ্ডৰ ৰাজ্যপাল নন্দ কিশোৰ যাদৱে মঙলবাৰে ৰাজ্যখনৰ যুৱপ্ৰজন্মক কেৱল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰি উদ্যোগী হোৱাৰ লগতে জীৱিকাৰ অন্যান্য সুযোগৰ বাবে দক্ষতা বিকাশ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এক…

এছিয়ান গেমছ হকী: বাংলাদেশক পৰাস্ত কৰি ছেমিফাইনেলত ভাৰত

ডিফেন্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ হকী দলে সোমবাৰে অনুষ্ঠিত নিজৰ চূড়ান্ত গ্ৰুপ মেচত বাংলাদেশক ১০-০ ৰ ব্যৱধানত পৰাস্ত কৰি এছিয়ান গেমছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ধাৰাসাৰ বৰষুণ আৰু পানীৰে ভৰি পৰা খেলপথাৰৰ…