এছিয়ান গেমছৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতীয় বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোঁহায়ে ৷ অলিম্পিক পদক জয়ী লাভলীনাই বুধবাৰে ছেমি ফাইনেলত বর্তমান বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাটালিয়া ব’গদান‘ভাক ৩-২ পইণ্টত পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ Share this:FacebookX Related Post navigation আৰব সাগৰত জব্দ ৩ হাজাৰ কোটিৰ ড্ৰাগছ; ইৰাণী নাৱৰ পৰা ৫ পাক নাগৰিকক আটক বম্বে চেম্বাৰ এৱাৰ্ডছত গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে লাভ কৰিলে ইনক্লুজনৰ শীৰ্ষ সন্মান