বিদ্যুতৰ মাচুল বৃদ্ধি বিৰুদ্ধে সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত আছুৰ । চৰকাৰ আৰু শক্তি বিভাগৰ এই জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। আছু কৰ্মীসকলে ৰাজ্য জুৰি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। Share this:FacebookX Related Post navigation মহানগৰীত অগ্নিকাণ্ড