Month: July 2026

অসমত নতুন CBG নীতি অনুমোদন: আৱৰ্জনাৰ পৰা শক্তি, প্ৰকল্পত ২০ কোটি পৰ্যন্ত সাহায্য

ৰাজ্য কেবিনেটে শুক্ৰবাৰে ‘অসম সংকুচিত বায়’গেছ (CBG) নীতি, ২০২৬’ অনুমোদন জনাইছে। পৰিষ্কাৰ শক্তিৰ প্ৰচাৰ আৰু ৰাজ্যত এই খণ্ডৰ উন্নয়নৰ বাবে এক সামগ্ৰিক কাঠামো গঠন কৰাই এই নীতিৰ লক্ষ্য। কেন্দ্ৰৰ Model…

চাৰিটা জিলাৰ বাবে ৬ মাহৰ ঋণ ৰেহাই ঘোষণা, বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ ১.৫ লাখ

শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অসম চৰকাৰে কেইবাটাও বিত্তীয় সকাহৰ ব্যৱস্থা ঘোষণা কৰিছে। ইয়াৰ ভিতৰত আছে ৬ মাহৰ ঋণ পৰিশোধত স্থগিতাদেশ, বানত ক্ষতিগ্ৰস্ত নামঘৰলৈ বিত্তীয় সাহায্য আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে…

অৰুণাচলত ধাৰাসাৰ বৰষুণৰ ফলত আকস্মিক বান: ফুলবাৰী বস্তিত বান্ধ ভাঙি বান

প্ৰতিবেশী অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত নিশা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানত বৃহস্পতিবাৰে সিঙৰা নদীৰ সোঁ-পাৰ বান্ধ ভাঙি যায়। ফলত অসমৰ লক্ষীমপুৰ জিলাৰ নৱগঠিত ৰংগনাদি বিধানসভা সমষ্টিৰ (LAC)…

শিৱসাগৰত পুনৰ উদ্ধাৰ্ দুজনৰ মৃতদেহ! ৮০ জনলৈ বৃদ্ধি অসমৰ বানত নিহতৰ সংখ্যা

উজনি অসমত এতিয়া বানৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও শেষ হোৱা নাই বান বিভীষিকাৰ কৰুণ অধ্যায়। বানপানীয়ে এৰি যোৱা ধ্বংসস্তূপ আৰু মৃত্যুৰ শোকৰ মাজতে বৃহস্পতিবাৰে পুনৰ দুজন লোকৰ মৃত্যু…

উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা ৰূপান্তৰিত কৰিবলৈ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিলে অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং চিষ্টেম

উত্তৰ-পূব ভাৰতত মহিলাৰ স্বাস্থ্যসেৱা আগবঢ়াই নিয়াৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে গুৱাহাটীৰ নেঅ’টিয়া ভাগীৰথী ৱমেন এণ্ড চাইল্ড কেয়াৰ চেন্টাৰে মুকলি কৰিছে এক অত্যাধুনিক ৩ডি ফ্লু’ৰেচেন্স ইমেজিং লেপাৰ’স্কপিক ভিজুৱেলাইজেচন চিষ্টেম AESCULAP…

ভি ফাউণ্ডেচন আৰু এৰিকছনে ৰবোৎসৱ প্লেটফৰ্মৰ জৰিয়তে প্ৰসাৰ ঘটাইছে ষ্টেম শিক্ষাৰ

ভোডাফোন আইডিয়াৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা শাখা ভি ফাউণ্ডেচনে সমগ্ৰ ভাৰতৰে শিক্ষাৰ্থীসকলৰ মাজত ৰব’টিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তা শিক্ষা সম্প্ৰসাৰণৰ উদ্দেশ্যেৰে এক আন্তঃবিদ্যালয় ৰব’টিক্স প্লেটফৰ্ম ৰবোৎসৱ – দ্য ফেষ্টিভেল অৱ টেকন’লজি মুকলি…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় আজিংক্য ৰাহানেৰ; ২০ বছৰীয়া অধ্যায়ৰ সামৰণি বৰ্ডাৰ-গাভাস্কাৰ বিজয়ী অধিনায়কগৰাকীৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় ক্ৰিকেটাৰ আজিংক্য ৰাহানেই। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতক ঐতিহাসিক জয় উপহাৰ দিয়া অধিনায়কগৰাকীয়ে বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই সিদ্ধান্ত ঘোষণা কৰি কয় যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায়…

জুনিয়ৰ প্ৰগ্ৰেমৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছক শক্তিশালী কৰিছে টিভিএছ মটৰে আপাচে

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ যুৱ ৰেচিং প্ৰতিভাক চিনাক্ত আৰু উদযাপনৰ উদ্দেশ্যে এক তৃণমূল পৰ্যায়ৰ মটৰস্পৰ্টছ পদক্ষেপ— টিভিএছ আপাচে জুনিয়ৰ প্ৰগ্ৰেম মুকলি কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কোম্পানীটোৱে মাদ্ৰাজ মটৰ স্পৰ্টছ…

পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট

পুনৰ নীপকোৱে খুলি দিছে তিনিখনকৈ গেট । এৰি দিছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেটেৰ পানী । দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই গেট তিনিখন খুলি দিয়া হৈছে ।বৃহস্পতিবাৰে পুৱাৰ…

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকা

ৰাজ্যত আকৌ বানে প্ৰলয় সৃষ্টি কৰাৰ আশংকাই দেখা দিছে ৷ শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী জাৰি কৰিছে ৷ ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে সমগ্ৰ অসমৰ বিভিন্ন স্থানৰ লগতে চুবুৰীয়া…