Month: July 2026

আমেৰিকাৰ ঘাটিত ইৰাণে বেলিষ্টিক মিছাইল নিক্ষেপ

পশ্চিম এছিয়াত থকা আমেৰিকাৰ সামৰিক ঘাটিত কেইবাটাও বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে ৷ আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ডে (চেণ্টকম) এই আক্ৰমণক ‘আকস্মিক আক্ৰমণৰ চেষ্টা’ বুলি অভিহিত কৰে । এক্সৰ এটা পোষ্টত চেণ্টকমে কয়…

অসমৰ বানক লৈ বলীউডত চিন্তা

অসমৰ বানত আশ্ৰয়হীন লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে আলিয়া ভাট আৰু ছলমান খান । অভিনেত্ৰী আলিয়া ভাটে অসমৰ ভয়াৱহ বানৰ বিৰুদ্ধে মাত মাতিছে আৰু লোকসকলক সহায় কৰিবলৈ অনুৰোধ জনাইছে ।…

২০টা অ’টিটি প্লেটফৰ্ম আৰু আনলিমিটেড ৫জি সুবিধাসম্পন্ন ২০০ টকীয়া মনোৰঞ্জন পেক মুকলি ভি-ৰ

ভোডাফোন আইডিয়াই ২০০ টকা মূল্যৰ এটা নতুন প্ৰিপেইড মনোৰঞ্জন পেক মুকলি কৰিছে, য’ত ২০টা অ’টিটি প্লেটফৰ্ম, ২০০তকৈও অধিক লাইভ টিভি চেনেল, ৩০জিবি হাই-স্পীড ডাটা আৰু ২৮ দিনৰ বৈধতাৰ সৈতে আনলিমিটেড…

BIS-এ গুৱাহাটীৰ এটা অলংকাৰৰ দোকানত ভুৱা হলমাৰ্ক থকা গহনা বিক্ৰী কৰাৰ অভিযোগত অভিযান

আজি ভাৰতীয় মানক ব্যুৰো (BIS) ৰ বিষয়াসকলে গুৱাহাটীৰ পানবজাৰৰ SC গোস্বামী ৰোডত অৱস্থিত M/s Roy Gahanalaya নামৰ এটা অলংকাৰৰ দোকানত তালাচী আৰু জব্দ অভিযান চলায়। BIS হলমাৰ্কৰ অপব্যৱহাৰ সন্দৰ্ভত পোৱা…

SIR ৰ অধীনত ন’ মেপিং আৰু লজিকেল ডিস্ক্ৰেপেন্সি শ্ৰেণীৰ শুনানি চিকিমৰ জিলাসমূহত অব্যাহত

২০২৬ চনৰ Special Intensive Revision (SIR) ৰ অংশ হিচাপে ভোটাৰ তালিকাৰ কাম চিকিমৰ পাকয়ং জিলাতো অব্যাহত আছে। এই কামৰ অংশ হিচাপে সংশ্লিষ্ট বিধানসভা সমষ্টিসমূহত ‘No Mapping’ শ্ৰেণীৰ অধীনৰ শুনানি আৰু…

অৰুণাচলত প্ৰচণ্ড বৰষুণৰ সতৰ্কতা: পাপুম পাৰেত অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

বুধবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) প্ৰকাশ কৰা অনুসৰি, অহা দুদিনত অৰুণাচল প্ৰদেশৰ কেইবাখনো ঠাইত বজ্ৰপাতৰ লগত ধুমুহা আৰু ধাৰাসাৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। এই বতৰৰ পূৰ্বাভাসৰ প্ৰেক্ষিতত…

ৰাণীত ১৭৫ বেটেলিয়ান মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত আজি দিনজোৰা কাৰ্য্যসূচীৰে…

উত্তৰ-পূৰ্বাঞ্চলৰ তিব্বতীসকলৰ কণ্ঠত তিব্বতৰ স্বাধীনতাৰ প্ৰতিধ্বনি: চীনৰ জাতিগত একতা আৰু প্ৰগতি আইন প্ৰত্যাখ্যান

তিব্বতৰ ওপৰত চীনৰ অবৈধ দখলদাৰী আৰু তিব্বতী প্ৰতিৰোধক অপৰাধ হিচাপে গণ্য কৰিবলৈ আইনৰ অপব্যৱহাৰৰ বিৰুদ্ধে যোৱা ২ জুলাইত নিউয়ৰ্ক চহৰৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৫২ বছৰীয়া তিব্বতী কৰ্মী লোবগা ৰাংজেনে…

টাটা এআইজিৰ আহ্বান: এই বাৰিষা কালত আপোনাৰ বাহনখন সুৰক্ষিত ৰাখিবলৈ সঠিক বীমা বাছনি কৰক

অসমৰ বানপীড়িত অঞ্চলসমূহৰ লগতে বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত বাহনৰ গৰাকীসকল এক জটিল পৰিস্থিতিৰ মুখামুখি হৈছে। এনে সময়ত পানীৰ বাবে বাহনৰ ক্ষতিসাধন, হঠাতে বিকল হোৱা আৰু যাতায়াত ব্যাহত…

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ অসমৰ বান সাহায্য সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত কাৰ্গ’ মাচুলত ৰেহাই

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে অসমৰ বানপীড়িত অঞ্চলসমূহত চলি থকা সাহায্য অভিযানৰ প্ৰতি সমৰ্থন জনাই সাহায্য সামগ্ৰী পৰিবহণৰ বাবে কাৰ্গ’ মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে বানপীড়িত…