Month: July 2026

শিৱসাগৰত পুনৰ উদ্ধাৰ ৭টা মৃতদেহ! বানত নিহতৰ সংখ্যা ৭৫ জনলৈ বৃদ্ধি

৭৫ জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিলে এইবাৰৰ বাৰিষাৰ বানে! ৰাজ্যত বান পৰিস্থিতি কিছু শাম কাটিলেও এতিয়া পানী শুকোৱাৰ পিছত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ শিৱসাগৰ জিলাত আৰু ৭টা…

২০২৬ চনৰ ছিজনৰ বাবে মুখ্য সহযোগী ৰূপে পেৰা স্পৰ্টছৰ প্ৰসাৰৰ প্ৰয়াস এছবিআই লাইফৰ

এছবিআই লাইফ ইঞ্চুৰেন্সে ২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ বাবে ভাৰতীয় দলৰ মূল সহযোগী হৈ পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়া(পিচিআই)ৰ সৈতে থকা সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছে। ইয়াৰ লগতে গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া…

সাৰদাকেয়াৰ-হেল্থ চিটিয়ে ডিব্ৰুগড়ত স্পেচিয়েলিষ্ট অ’পিডি মুকলিৰে উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী কৰিলে নিজৰ স্থিতি

সাৰদাকেয়াৰ-হেল্থ চিটিয়ে ডিব্ৰুগড়ৰ আজিজ ডায়গনষ্টিক এণ্ড হাস্পতালৰ সৈতে যুটীয়াভাৱে এক বিশেষ অ’পিডি সেৱা আৰম্ভ কৰি উত্তৰ-পূব ভাৰতত নিজৰ উপস্থিতিৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে অসম আৰু প্ৰতিৱেশী ৰাজ্যসমূহৰ বাবে উন্নত…

অসমৰ ৰাজ্যপালে ‘পশু স্বাস্থ্য সুৰক্ষা’ৰ ওপৰত আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰিলে

অসমৰ ৰাজ্যপাল আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ আচাৰ্য্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মংগলবাৰে বিশ্ববিদ্যালয় চৌহদত ‘বিকশিত ভাৰতৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পশু স্বাস্থ্য সুৰক্ষা’ শীৰ্ষক আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰে।অসম পশু…

নিউ হাৰাংগাজাওৰ ওচৰত ৰেলপথত ভূমি বহি যোৱাৰ ফলত লামডিং–বদৰপুৰ অংশত ৰেল সেৱা ব্যাহত; কেইবাখনো ৰেল বাতিল আৰু পুনৰ্নিৰ্ধাৰণ

নিউ হাৰাংগাজাও ষ্টেচনৰ ওচৰত ৰেলপথত ভূমি বহি যোৱাৰ ফলত লামডিং–বদৰপুৰ পাহাৰীয়া অংশত ৰেল সেৱা ব্যাহত হৈছে। যাৰ ফলত উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে (NFR)-ই ৰেল চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ক্ষতিগ্ৰস্ত অংশত…

অসমৰ মুখ্যমন্ত্ৰীয়ে ভূটানলৈ পুৰাবি আইচক্ৰিমৰ প্ৰথম ৰপ্তানিৰ শুভাৰম্ভ কৰে

অসমৰ দুগ্ধ খণ্ডৰ সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰ জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ প্ৰথমখন দুগ্ধজাত সামগ্ৰী ৰপ্তানিৰ শুভাৰম্ভ কৰে। এইবাৰ ভূটানলৈ…

ভাৰাত্তোলনত মণিপুৰৰ বিন্দিয়াৰাণী দেৱীৰ ব্ৰঞ্জৰ পদক

গ্লাছগো কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈসকলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। ভাৰাত্তোলনত মীৰাবাঈ চানুৰ স্বৰ্ণ হেট্ৰিক, ঋষিকান্ত সিং আৰু ৰাজা মুথুপাণ্ডিয়ে ৰূপৰ পদক লাভ কৰাৰ পিছতে জ্ঞানেশ্বৰী দেৱীয়ে মহিলাৰ ৫৩ কেজি শাখাত…

অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অসমৰ বান পৰিস্থিতিক লৈ দিল্লীত বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ মঙলবাৰে নতুন দিল্লীত অসমৰ সাংসদসকলৰ সৈতে মিলিত হৈ বান সমস্যাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে ৷ বানত ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ…

অসমৰ বানক লৈ চিন্তিত লাভলীনা

বানে জুৰুলা কৰা উজনি অসমৰ তিনিখনকৈ জিলাত বৰ্তমানেও শেষ হোৱা নাই দুৰ্যোগ ৷ প্ৰলয়ংকাৰী বানে নিমিষতে শেষ কৰিলে বহু লোকৰ জীৱন, সম্পত্তি ৷ কোনেও কল্পনাই কৰিব নোৱৰা এটা দৃশ্য ৷…

মেটাই ভুলতে ফেচবুকৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফেচবুকৰ এটা ভিডিঅ’ মেটাই সাময়িকভাৱে আঁতৰাই পেলোৱাত ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি । অৱশ্যে পাছত মেটাই স্বীকাৰ কৰিলে নিজৰ ভুল ৷মেটাই হঠাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ’ ফেচবুকৰ…