Business কাশ্মীৰত হিংসাত্মক পৰিস্থিতি July 28, 2026 Dipshikha চুবুৰীয়া দেশ পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত হৈছে এক হিংসাত্মক পৰিস্থিতিৰ। ২৭ জুলাই ২০২৬ৰ সোমবাৰে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হয় এই অনাকাঙ্খিত পৰিস্থিতিৰ। তাৰোপৰি বেলট বাকচ…
Assam কৰুৰ পদপিষ্ট কাণ্ডত মৃতকৰ পৰিয়ালক চৰকাৰী সংস্থাপন; তামিলনাডু চৰকাৰৰ সিদ্ধান্ত বাতিল উচ্চ ন্যায়ালয়ৰ July 28, 2026 Paromita কৰুৰ পদপিষ্ট কাণ্ডত নিহতসকলৰ পৰিয়ালক চৰকাৰী সংস্থাপন দিয়াৰ তামিলনাডু চৰকাৰৰ সিদ্ধান্তৰ ওপৰত অৱশেষত স্থগিতাদেশ জাৰি কৰিলে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল কৰি আদালতে উল্লেখ কৰে যে, এনে পদক্ষেপে…
Latest News অৰুণাচলে মেচুকাৰ ট্ৰাউটৰ বাবে ক’ল্ড-চেইন পৰিবহণ আৰম্ভ কৰিলে, মীনপালন খণ্ডক শক্তিশালী কৰিলে July 28, 2026 Tarali অৰুণাচল প্ৰদেশৰ মীনপালন খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মীনপালন বিভাগে শ্বি-ইয়মি জিলাৰ মেচুকাৰ প্ৰিমিয়াম ৰেইনব’ ট্ৰাউট বজাৰলৈ নিবৰ বাবে এটা ৰেফ্ৰিজাৰেটেড পৰিবহণ সেৱা আৰম্ভ কৰিছে। মীনপালন…
Assam বোম্বে উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত; মেটা, গুগল, এক্সৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব নীতিন গাডকাৰীয়ে July 27, 2026 Paromita ই-২০ ইন্ধন নীতিক কেন্দ্ৰ কৰি দেশজুৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মেটা, গুগল আৰু এক্সৰ দৰে ডিজিটেল প্লেটফৰ্মৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ পথ মুকলি কৰিলে বোম্বে উচ্চ ন্যায়ালয়ে। ডিপফেক ভিডিঅ’…
Assam শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ৰে গুলীবৰ্ষণ! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত বিহাৰ আৰক্ষীৰ জোৱান July 27, 2026 Paromita শিক্ষাৰ্থী নহয় যেন সন্ত্ৰাসবাদীহে! শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে শিক্ষাৰ্থীৰ ওপৰত একে-৪৭ ৰাইফলেৰে গুলীবৰ্ষণ কৰাৰ অভিযোগ উঠিল বিহাৰ আৰক্ষীৰ এজন…
Assam অভিলেখসংখ্যক বৰষুণেই সৃষ্টি কৰিলে উজনিৰ বানঃ বিধায়ক মানৱ ডেকাৰ দাবী July 27, 2026 Paromita অভিলেখসংখ্যক বৰষুণৰ ফলতেই এইবাৰ উজনি অসমত সৃষ্টি হৈছে নজিৰবিহীন বান পৰিস্থিতিৰ। সোমবাৰে এই মন্তব্য কৰে বিজেপিৰ বিধায়ক মানৱ ডেকাই। সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, সাধাৰণতে বানমুক্ত বুলি ধৰা…
News মণিপুৰত অনুপ্ৰৱেশ বিৰোধী অভিযান চলাই অসম ৰাইফেলছে ৭ জন বিদ্ৰোহীক আটক কৰে July 27, 2026 Tarali ধাৰাবাহিক চোৰাংচোৱা তথ্যভিত্তিক অভিযান চলাই অসম ৰাইফেলছৰ জোৱানে মণিপুৰত নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠনৰ সাতজন কেডাৰক আটক কৰে।ভাৰত-ম্যানমাৰ সীমান্তৰ লগতে চান্দেল, টেংনৌপাল আৰু কাকচিং জিলাত চলোৱা এই অভিযানত এটা এ কে-৪৭…
Business নতুন অধ্যয়নে গৰ্ভৱতী মহিলাক তীব্ৰ গৰমে প্ৰভাৱিত কৰে, জলবায়ু-সহনশীল মাতৃৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ July 27, 2026 Business Bureau সমগ্ৰ দেশজুৰি চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে গৰ্ভাৱস্থাত দীৰ্ঘদিন ধৰি উত্কট গৰমৰ সংস্পৰ্শত থাকিলে নৱজাতকৰ জন্মৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। পৰম্পৰাগতভাৱে শীতল জলবায়ু, উষ্ণতা কম…
Assam কৃষি বিজ্ঞান কেন্দ্র, কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি July 27, 2026 Sonakshi Sarkar গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্র কামৰূপ চৌহদত পাঁচদিনীয়াকৈ অনুষ্ঠিত নাৰ্চাৰীৰ বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে । কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ সোণমইনা…
Business প্ৰিমিয়াম চেডান ক্ৰেতাসকলক লক্ষ্য কৰি স্ক’ডা শ্লাভিয়া মণ্টে কাৰ্ল’ত এক্সক্লুচিভ ৰং সংযোজন July 27, 2026 Business Bureau স্ক’ডা অটো ইণ্ডিয়াই নিজৰ শ্লাভিয়া মণ্টে কাৰ্ল’ মডেলত দুটা নতুন এক্সক্লুচিভ ডুৱেল-টোন ৰং— চিমলা গ্ৰীন আৰু ষ্টীল গ্ৰে অন্তৰ্ভুক্ত কৰি নিজৰ প্ৰিমিয়াম চেডান শ্ৰেণীটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। স্ক’ডাই ঘোষণা…