চুবুৰীয়া দেশ পাকিস্তান অধিকৃত কাশ্মীৰত সংঘটিত হৈছে এক হিংসাত্মক পৰিস্থিতিৰ। ২৭ জুলাই ২০২৬ৰ সোমবাৰে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হয় এই অনাকাঙ্খিত পৰিস্থিতিৰ। তাৰোপৰি বেলট বাকচ জুই লগাই দিয়াৰ কথাও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, এই হিংসাত্মক পৰিস্থিতিৰ ফলত এজন লোত নিহত হোৱাৰ উপৰি কেইবাজনো লোক গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *