ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসকীয় ভাৰতীয় জনতা পাৰ্টীক শোচনীয়ভাৱে পৰাস্ত কৰি কংগ্ৰেছে বৃহৎ সাফল্য অৰ্জন কৰিছে । শুকুৰবাৰে অনুষ্ঠিত ভোটগণনাত প্ৰকাশ পোৱা জিলাভিত্তিক ফলাফল আৰু অগ্ৰগতি অনুসৰি ৰাজ্যখনৰ ৩৭ খন জিলা পৰিষদৰ ভিতৰত ২১ খনতেই কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ।বিপৰীতে শাসকীয় বিজেপিয়ে মাত্ৰ ৯ খন জিলা পৰিষদতহে আগবাঢ়ি থাকিবলৈ সক্ষম হয় । Share this:FacebookX Related Post navigation ৰেন’ল্ট গ্ৰুপক বিনিয়োগ সম্প্ৰসাৰণ কৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আহ্বান, চৰকাৰৰ তৰফৰ পৰা সহযোগিতাৰ আশ্বাস বংগোপ সাগৰত ক্ৰমাৎ শক্তিশালী হৈ উঠিছে প্ৰচণ্ড ঘূৰ্ণি ‘আকৱান