Category: Entertainment

১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব কংগনা ৰাণাৱটৰ ‘ইমাৰজেন্সি’

অভিনেত্ৰী তথা বিজেপি সাংসদ কংগনা ৰাণাৱটে সোমবাৰে ঘোষণা কৰে যে তেওঁৰ বহু প্ৰতীক্ষিত ছবি ‘ইমাৰজেন্সি’ ১৭ জানুৱাৰীত ছবিগৃহত মুক্তি পাব। অভিনেত্ৰী-চলচ্চিত্ৰ নিৰ্মাতাই এমাহ আগতে কৈছিল যে ছবিখনে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ…

৭০ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিব “দাদাচাহেব ফালকে বঁটা”

‘মৃগয়া’, ‘সুৰক্ষা’ আৰু ‘ডিস্কো ডান্সাৰ’ৰ দৰে চলচ্চিত্ৰৰ বাবে জনাজাত অভিনেতা মিথুন চক্ৰৱৰ্তীক সোমবাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত চৰকাৰৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটাৰ বাবে মনোনীত কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী…

ৰজনীকান্তৰ জেইলাৰ লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ আইফা বঁটা

আবু ধাবিৰ য়াছ দ্বীপত এইবাৰ অনুষ্ঠিত হয় আইফা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানটোৰ প্ৰথম দিনা, দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ পৰা বলীউড চিনেমালৈকে সকলো তাৰকাই অনুষ্ঠানত উপস্থিত থাকে। বলীউডৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰী…

শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী

দুখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ এনাজৰীয়ে যেন শিল্পীৰ বন্ধন। শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী। আগন্তুকৰ অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব শচীন…

চিবিএফচিৰ পৰা প্ৰমাণপত্ৰ লাভৰ অপেক্ষাতকংগনা ৰাণাৱটৰ ‘

কংগনা ৰাণাৱটৰ ছবি ইমাৰজেন্সি বৰ্তমান যথেষ্ট চৰ্চাত আছে। ছবিখন মুক্তিৰ পূৰ্বেই বহু বিতৰ্কত সাঙোৰ খাই পৰিছে। ইমাৰজেন্সি ছবিখন ২০২৪ৰ ৬ ছেপ্টেম্বৰত মুক্তি পাবলৈ সাজু হৈছে। ইফালে, কংগনা ৰাণাৱটে অভিযোগ কৰিছে…

ঐক্যৰ উদ্যোগত সত্ৰীয়া সংগীত মহাবিদ্যালয় মুকলি

শিৱসাগৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁত ধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু কুমাৰ দাসে…

‘কল্কি ২৮৯৮ এডি’ৰ ৩৪৩.৬ কোটি টকা উপাৰ্জন

বৃহৎ বাজেট আৰু মেগা ষ্টাৰ কাষ্টৰ সৈতে ‘কল্কি ২৮৯৮ এডি’ বোলছবিখনে দৰ্শকৰ হৃদয় জয় কৰিছে। চলচ্চিত্ৰখনৰ শক্তিশালী কাহিনীৰ পৰা ভিএফএক্স আৰু তাৰকা কলাকুশলীসকলৰ প্ৰদৰ্শনক যথেষ্ট আলোচনা হৈছে। ইয়াৰ সৈতে, এই…

আইএমডিবিত এই বছৰৰ শ্ৰেষ্ঠ ভাৰতীয় ছবি হিচাপে আত্মপ্ৰকাশ ‘লাপাতা লেডিজ’

বলীউড অভিনেতা আমিৰ খানৰ পূৰ্বৰ পত্নী কিৰণ ৰাওৰ ছবি ‘লাপাতা লেডিজ’ (Laapataa Ladies)য়ে সফলতাৰ এক নতুন মাত্ৰা স্পৰ্শ কৰিছে। ছবিখন প্ৰথমে ছবিগৃহত মুক্তি লাভ কৰে। ইয়াৰ পিছত, ছবিখন অ’টিটি-ত মুক্তি…

১৪ জুনত মুক্তি পাব আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ”

আমিৰ খানৰ পুত্ৰ জুনেইদ খানৰ প্ৰথম ছবি “মহাৰাজ” ১৪ জুনত অটিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পাব। ৱাইআৰএফ এণ্টাৰটেইনমেণ্টৰ বেনাৰত আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত এই ছবিখনত জয়দীপ আহলাৱত আৰু শালিনী পাণ্ডেও অভিনয়…

‘ৰূপালীম’ নাটৰ সফল মঞ্চায়ন

বিগত ২৩,২৪ তথা ২৫ মে’ত তিনিদিনীয়াকৈ সুন্দৰীদিয়া সত্ৰৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৱ উপলক্ষে শেষৰ দিনা নিশা মঞ্চস্থ কৰা হয় ‘ৰূপালীম’ নাট । নাট খনৰ…