Month: March 2026

৩ লাখ জনতাৰ পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে বিজেপিৰ সংকল্প পত্ৰঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ‘সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে ৰাজ্যৰ ৩ লাখৰো অধিক লোকৰ পৰামৰ্শ। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা…

নিজ ঘৰখনতে পুনৰ জনম ৰাজা ৰঘুবংশীৰ! এবছৰ পূৰ্বে শ্বিলঙত পত্নীয়ে কাঢ়িছিল প্ৰাণ

পুনৰ উভতি আহিছে ৰাজা! হানিমুনলৈ গৈ শ্বিলঙত পত্নীৰ হাততে প্ৰাণ হেৰুওৱা ৰাজা ৰঘুবংশীৰ এতিয়া পুনৰ জন্ম হোৱা বুলি চৰ্চা চলিছে মধ্যপ্ৰদেশৰ ইন্দোৰত। দেওবাৰে ৰাজাৰ ককায়েক শচীন ৰঘুবংশীৰ ঘৰত এটি পুত্ৰ…

বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র । “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্রতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ…

পুনৰ প্ৰাক নিৰ্বাচনী হিংসা

ন-দুৱাৰ বিধানসভা সমষ্টিত পুনৰ প্ৰাক নিৰ্বাচনী হিংসা ৷ সমষ্টিটোৰ অন্তৰ্গত ন-পামত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল চেত্ৰীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱা বুলি অভিযোগ কংগ্ৰেছৰ ৷ঘটনাৰ বিৱৰণি অনুসৰি, কংগ্ৰেছ প্ৰাৰ্থী সুনীল চেত্ৰীয়ে…

নিৰ্বাচনৰ পাছতে পুনৰ উন্মোচিত হ’ব গৌৰৱ গগৈৰ পাক সম্পৰ্কৰ তথ্যঃ মুখ্যমন্ত্ৰী

অসম নিৰ্বাচনৰ উত্তাপ বৃদ্ধি কৰি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান সংযোগ আৰু অজ্ঞাত বিদেশী সম্পত্তিক লৈ বিস্ফোৰক অভিযোগ উত্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী…

ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে

পানীলাউ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, য’ত প্ৰচুৰ পৰিমাণে পানী আৰু পুষ্টিকৰ উপাদান থাকে। ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে, লিভাৰ সুস্থ ৰাখে, আৰু শৰীৰৰ পৰা আৱৰ্জনা উলিয়াই দিয়াত সহায়…

নিৰ্বাচনৰ পূৰ্বে আৰক্ষীৰ বৃহৎ সাফল্য; হেৰ’ইনসহ কাছাৰত দুই সৰবৰাহকাৰীক আটক

সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু অসম ৰাইফলছে। কাছাৰ জিলাত নিশা এক অভিযান চলাই অভিযানকাৰীয়ে ৭ কোটি টকাৰ…

মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা

ইৰাণৰ আক্ৰমণৰ পাছতে মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা। ড্রোন আক্ৰমণৰ ফলত ডুবাই বন্দৰৰ সমীপত তেল টেংকাৰত জুই। কৰ্তব্যৰত অৱস্থাত ৰাষ্ট্ৰসংঘৰ ৩ গৰাকী সৈন্য নিহত। আত্মঘাতী ড্রোনৰ লক্ষ্য হ’ল ডুবাইত লংগন…

ৰেডমি ১৫এ ৫জি: আপুনি অনুভৱ কৰা প্ৰদৰ্শন, স্থায়ী নিৰ্ভৰযোগ্যতা

মানুহে প্ৰতিদিনে প্ৰকৃততে কেনেকৈ নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰে সেই বিষয়ে জানিবলৈ জিঅ’মি ইণ্ডিয়াই এক সহজ ধাৰণাক কেন্দ্ৰ কৰি ডিজাইন কৰা স্মাৰ্টফোন ৰেডমি ১৫এ ৫জি মুকলি কৰিছে। ষ্ট্ৰীমিঙে হওক, স্ক্ৰোলিঙে…

জল জীৱন মিছনৰ বিসংগতি লৈ দেশৰ ভিতৰত দ্বিতীয় স্থানত অসম; আঁচনি ৰূপায়ণৰ নামত ব্যাপক বিত্তীয় অনিয়মৰ অভিযোগ

জল জীৱন মিছনৰ নামত অসমত চলি আছে ব্যাপক বিসংগতি। শেহতীয়াকৈ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ৰাজ্যখনত হোৱা দুৰ্নীতি আৰু কামৰ নিম্নমানক লৈ এতিয়া…