Month: March 2026

হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল একে মুদ্ৰাৰ ইপিঠি-সিপিঠিঃ বিজেপি-ইউডিএফক সমালোচনা গৌৰৱ গগৈৰ

অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। সোমবাৰে মানকাচৰত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ…

অন্ধ্ৰপ্ৰদেশত ২৫ লাখ টকীয়া পুৰস্কাৰ ঘোষিত মাওবাদী নেতাৰ আত্মসমৰ্পণ; মূলসূঁতিলৈ উভতিল কুখ্যাত কেডাৰসহ ৯ সতীৰ্থ

মাওবাদী মুক্ত দেশৰ লক্ষ্যৰে কেন্দ্ৰই বান্ধি দিয়া সময়সীমাৰ ঠিক পূৰ্বে অন্ধ্ৰপ্ৰদেশত অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতলৈ উভতিল কুখ্যাত মাওবাদী কেডাৰ। সোমবাৰে মাওবাদীৰ কেন্দ্ৰীয় কমিটীৰ সদস্য তথা অন্ধ্ৰ-ওড়িশা বৰ্ডাৰ স্পেচিয়েল জ’নেল…

খিলঞ্জীয়াৰ সুৰক্ষা আৰু ৫ লাখ কোটিৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি; অসমত বিজেপিৰ নিৰ্বাচনী ‘সংকল্প পত্ৰ’ উন্মোচন নিৰ্মলা সীতাৰমণৰ

পুনৰ ৫ টা বছৰ ক্ষমতাৰ গাদী দখল কৰাৰ লক্ষ্যৰে একাধিক উন্নয়নৰ প্ৰতিশ্ৰুতিৰে মুকলি কৰা হ’ল অসম বিজেপিৰ সংকল্প পত্ৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে উন্মোচন কৰে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ। গুৱাহাটীত…

উত্তেজনা বৃদ্ধি; ইৰানৰ জল-বিদ্যুৎ প্ৰকল্প টাৰ্গেট কৰাৰ ভাবুকি ডোনাল্ড ট্রাম্প ৰ

আমেৰিকা আৰু ইৰানৰ মাজৰ যুদ্ধ এতিয়া পঞ্চম সপ্তাহত প্ৰৱেশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এক ছচিয়েল মিডিয়া পোষ্টৰ মাধ্যমে তেহৰাণক সষ্ট্ৰ পৰিস্থিতিৰ হুঁচৰি মাৰি কৈছিল যে যদি ইৰানে হৰমুজ প্ৰণালী…

নেপালৰ স্বাস্থ্যমন্ত্ৰী হিচাপে এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতা; নাৰ্ছিং জগতৰ বাবে গৌৰৱৰ ক্ষণ

নেপালৰ নতুন স্বাস্থ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচিলে দিল্লী এইমছৰ প্ৰাক্তন ছাত্ৰী নিশা মেহতাই। দিল্লীস্থ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েঞ্চৰ নাৰ্ছিং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীগৰাকীৰ এই বিৰল কৃতিত্বই এতিয়া…

চাৰিওখন সদনৰ সদস্য হোৱাৰ বিৰল কৃতিত্ব; বিধান পৰিষদৰ পৰা পদত্যাগ কৰি ৰাজ্যসভালৈ নীতিশ কুমাৰ

বিহাৰৰ সংসদীয় ৰাজনীতিত এক দীঘলীয়া অধ্যায়ৰ সামৰণি মাৰি সোমবাৰে ৰাজ্যিক বিধান পৰিষদৰ পৰা পদত্যাগ কৰিলে মুখ্যমন্ত্রী নীতিশ কুমাৰে। চলিত মাহৰ ১৬ মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত সাংবিধানিক বাধ্যবাধকতাৰ বাবে জে…

আমেৰিকান ডলাৰৰ বিপৰীতে ইতিহাসৰ সৰ্বনিম্ন স্তৰত ভাৰতীয় টকা; ৯৫ৰ সীমা অতিক্ৰম টকাৰ মূল্যৰ

ইতিহাসৰ সৰ্বনিম্ন স্তৰত এতিয়া উপনীত হ’ল ভাৰতীয় মুদ্ৰা। আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ ধাৰাবাহিক পতনে সোমবাৰে স্পৰ্শ কৰিলে ৯৫ৰ ঘৰ। খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু বিশ্ব ৰাজনীতিৰ উত্তেজনাৰ বাবে ডলাৰ…

জুবিন গাৰ্গক ১০০ দিনৰ ভিতৰত ন্যায় দিয়াৰ দাবীৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কংগ্ৰেছৰ

ৰাজ্যত নিৰ্বাচনী বতাহ তুংগত উঠিছে৷ শাসক বিৰোধী এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক হাৰত চলাইছে নিৰ্বাচনী প্ৰচাৰ৷ কিয়নো এইবাৰ এটা পৰ্যায়তেই অনুষ্ঠিত…

আজি গুৱাহাটীত চেন্নাই ছুপাৰ কিংছৰে মুখামুখি ৰাজস্থান ৰয়েলছৰ

আজি গুৱাহাটীত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ২০২৬ৰ তৃতীয়খন মেচ। আনহাতে, ৰাজস্থান ৰয়েলছৰ গৃহচহৰ গুৱাহাটীত এইবাৰৰ আই পি এল ২০২৬ৰ প্ৰথমখন মেচ অনুষ্ঠিত হ’ব। য’ত ঘৰুৱা…

কংগ্ৰেছৰ নিশ্চিত পৰাজয়ৰ অজুহাত বিচাৰিবলৈহে ৰণক্ষেত্ৰত নমোৱা হৈছে খাৰ্গেকঃ মুখ্যমন্ত্ৰীৰ দাবী

নিৰ্বাচিত পৰাজয়ৰ বাবে এক নতুন অজুহাত এতিয়া বিচাৰি ফুৰিছে কংগ্ৰেছে। দেওবাৰে ডিফু ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী দলে ইতিমধ্যে নিজৰ বিপৰ্যয়ৰ…