Month: March 2026

এক্সিছ মেক্স লাইফ আৰু য়েছ বেংকে উদযাপন কৰিছে ডিজিটেল-প্ৰথম বীমা উৎকৃষ্টতাৰ ২১ বছৰ 

এক্সিছ মেক্স লাইফ ইন্সুৰেঞ্চ লিমিটেড আৰু য়েছ বেংক লিমিটেডে দেওবাৰে বেংকশ্বুৰেন্স অংশীদাৰিত্বৰ ২১ বছৰ উদযাপন কৰি ডিজিটেল-প্ৰথম ডেলিভাৰী আৰু হাইপাৰ-ব্যক্তিগতকৃত সুৰক্ষা সমাধানৰ ওপৰত যৌথ গুৰুত্বৰ কথা সদৰি কৰিছে। দুটা দশকত…

নিৰাপত্তা বাহিনীৰ সফলতা; মণিপুৰত অসম ৰাইফলছৰ হাতত ১৭ বিদ্ৰোহী গ্ৰেপ্তাৰ

মণিপুৰত অসম ৰাইফলসে গত সপ্তাহত ১৭ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰাৰ সফল অভিযানেৰে এক বৃহৎ কূটাঘাতৰ ষড়যন্ত্ৰৰ অভিশাপ মচি পেলাইছে। ২২ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ চলা ধাৰাবাহিক অভিযানত, নিষিদ্ধ সংগঠনৰ কেডাৰ…

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰচাৰ; হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী আখ্যা গৌৰৱ গগৈ ৰ

আগন্তুক নিৰ্বাচনৰ বাবে দিছপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ দেওবাৰে এক ব্যাপক প্ৰচাৰ চলায় দলটোৰ কেইবাজনো শীৰ্ষ নেতাই। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল…

জুবিনক্ষেত্ৰক বিশ্বমানৰ পৰ্যটন কেন্দ্ৰলৈ উন্নীত কৰাৰ প্ৰতিশ্ৰুতি; কংগ্ৰেছক ক্ষমতালৈ আনিবলৈ আহ্বান ডি. কে. শিৱাকুমাৰ ৰ

ক্ষমতালৈ কংগ্ৰেছ আহিলেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ শয়ন ক্ষেত্ৰ। দেওবাৰে জুবিনক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ডি…

সাধাৰণ পৰিয়ালৰ পৰা ৰাজনীতিৰ মঞ্চলৈ; পুত্ৰৰ টিকট পোৱাৰ মুহূৰ্তত আৱেগিক পিতা-পুত্ৰ

তামিলনাডুৰ ৰাজনীতিত এতিয়া এক নতুন ধাৰাৰ সূচনা কৰিছে অভিনেতা তথা ‘তামিলাগা ভেট্ৰি কাজাগাম’ৰ মুৰব্বী থালাপতি বিজয়ে। ৰাজ্যখনৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ২৩৪ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সময়তে এক…

অসমত বিজেপিয়ে জয়ৰ হেট্ৰিক গঢ়িবঃ নিৰ্বাচনত কংগ্ৰেছক নিচিহ্ন কৰাৰ দাবীৰে এই মন্তব্য নীতিন নবীনৰ

অসমৰ ৰাজনৈতিক আকাশত এতিয়া নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো দলেই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। এই উত্তপ্ত পৰিৱেশৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে দেওবাৰে এক…

অসমত শক্তিশালী হ’বলৈ আম আদমী পাৰ্টিৰ প্ৰচেষ্টা; তাৰকা প্ৰচাৰক হিচাপে অৰবিন্দ কেজৰীৱাল আৰু ভগৱন্ত মান

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। অসমৰ নিৰ্বাচনী যুঁজত বিশেষ গুৰুত্ব আৰোপ কৰি আপে আগশাৰীৰ নেতাসকলক এই তালিকাত অন্তৰ্ভুক্ত কৰিছে। ৰাজ্যখনত দলটোৰ নিৰ্বাচনী প্ৰচাৰৰ…

বিপদত ট্ৰাম্প

বিপদত ট্ৰাম্প! নিজ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকাৰ ৫০খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ। ৱাশ্বিংটনত ‘ন’ কিংছ’ ৰেলী উলিয়াই প্ৰতিবাদ জনতাৰ। লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ…

দুৰ্নীতিৰ সৈতে জড়িত কোনো নেতা সাৰি যাব নোৱাৰে

নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক গ্ৰেপ্তাৰ কৰাৰ পাছত দেশখনত একাংশই প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে প্ৰতিবাদ আৰু প্ৰতিৰোধৰ মাজতো দেশখনৰ নতুন প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে ঘোষণা…

ঔটেঙাৰ উপকাৰী গুণৰ বিষয়ে

ঔটেঙা উপকাৰিতা।ঔটেঙা (Elephant Apple) অসমীয়া খাদ্য সংস্কৃতিৰ এটি অতি স্বাস্থ্যসন্মত আৰু ঔষধি গুণসম্পন্ন টেঙা ফল। ভিটামিন C, A আৰু প্ৰচুৰ ফাইবাৰ থকা বাবে ই হজম শক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ কৰা,…