প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অৱশেষত প্ৰথমগৰাকী অভিযুক্তৰ জামিন লাভ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে আজি অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। কেবাটাও চৰ্ত আৰোপ কৰি উচ্চ ন্যায়ালয়ে দুজন জামিনদাৰ আৰু ৫০ হেজাৰ টকা মূল্যৰ বিনিময়ত অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। Share this:FacebookX Related Post navigation পেটা ইণ্ডিয়াৰ অভিযোগৰ পিছত গুৱাহাটীত পোৱালি কুকুৰা ৰে’ললাইনত দলিয়াই দিয়া ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত স্বচ্ছ দুৰ্গা পূজা প্ৰতিযোগিতা