মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ দিছপুৰস্থিত ভগদত্ত উৰণ সেতু-১ৰ তলত গুৱাহাটী পৌৰ নিগমে স্থাপন কৰা সেউজ প্ৰাচীৰ উদ্বোধন কৰে৷ গুৱাহাটী পৌৰ নিগমে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় স্বচ্ছ বায়ু কাৰ্যক্ৰমৰ অধীনত গুৱাহাটীত ৩৪.৮২ কোটি টকা ব্যয়সাপেক্ষ সেউজ প্ৰাচীৰ প্ৰকল্পটো ৰূপায়ণ কৰিছে। এই প্ৰকল্পৰ প্ৰথমখন ভাৰ্টিকেল গাৰ্ডেন মুকলি কৰে ।গুৱাহাটীৰ বিভিন্ন উৰণ সেতুৰ তলৰ ২০টা স্থানত এনে সেউজ প্ৰাচীৰ গঢ়ি তোলা হ’ব৷ Share this:FacebookX Related Post navigation স্বচ্ছতা হি সেৱা অভিযান পুতলা নাটেৰে ছাত্ৰ-ছাত্ৰীক সজাগ কৰিলে সুৰজিৎ একাডেমীয়ে