Assam গিগ কৰ্মীৰ সামাজিক সুৰক্ষা বিচাৰি কংগ্ৰেছৰ প্ৰস্তাৱ; বিধানসভাত নাকচ চৰকাৰৰ July 25, 2026 Paromita ডিজিটেল অৰ্থনীতিৰ সৈতে জড়িত হাজাৰ হাজাৰ গিগ আৰু প্লেটফৰ্ম কৰ্মীৰ সামাজিক সুৰক্ষা নিশ্চিত কৰাৰ দাবী এইবাৰ নাকচ কৰিলে অসম বিধানসভাই। শুকুৰবাৰে কংগ্ৰেছ বিধায়ক জুবেইৰ আনম মজুমদাৰে উত্থাপন কৰা এই প্ৰস্তাৱৰ…
Assam ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত চৰকাৰক ২৪ ঘণ্টাৰ আল্টিমেটম; কেন্দ্ৰীয় মন্ত্ৰীৰে চিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক July 24, 2026 Paromita শিক্ষা নীতিৰ সংস্কাৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে ৰাজধানী দিল্লীৰ লগতে দেশজুৰি অব্যাহত আছে যুৱ সমাজৰ প্ৰতিবাদ। এনে সময়তে শুকুৰবাৰে দিনৰ ভাগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক আলোচনাত মিলিত…
Assam দেশৰ ভৱিষ্যৎ নহয়, শিক্ষাৰ্থীক শত্ৰুৰ দৰে ব্যৱহাৰ কৰিছে মোদী চৰকাৰেঃ শিক্ষাৰ্থীৰ প্ৰতিবাদলৈ সমৰ্থন ছোনিয়া গান্ধীৰ July 24, 2026 Paromita নিট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাত সংঘটিত হৈ অহা বিসংগতিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি উঠিছে প্ৰতিবাদৰ জোৱাৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে বিগত এমাহৰো অধিক সময় ধৰি ৰাজধানী দিল্লীত দেশৰ ভিন্ন প্ৰান্তৰ…
Assam মণিপুৰত আৰক্ষীৰ জালত তিনি উগ্ৰপন্থী কেডাৰ; হেৰ’ইনসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী July 24, 2026 Paromita হিংসাজৰ্জৰ মণিপুৰত চেগা-চোৰোকাকৈ সংঘটিত হৈ অহা কূটাঘাত আৰু ধন দাবীৰ ঘটনাৰ মাজতে এইবাৰ আৰক্ষীৰ জালত পৰিল তিনি সক্ৰিয় উগ্ৰপন্থী কেডাৰ। বুধবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিযান চলাই নিষিদ্ধ সংগঠনৰ সৈতে জড়িত…
Assam ৫০লৈ বৃদ্ধি ৰাজ্যৰ বানৰ মৃতকৰ সংখ্যা! সাহায্যৰ পৰা বঞ্চিত এতিয়াও ২০ শতাংশ লোক July 24, 2026 Paromita উজনি অসমত অব্যাহত থকা বান পৰিস্থিতিৰ মাজতে মৃতকৰ সংখ্যা ৫০লৈ বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে বান পৰিস্থিতিৰ শেহতীয়া পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে জনায় যে সামগ্ৰিক পৰিস্থিতিৰ…
Assam উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন শতাধিক লোকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা July 23, 2026 Paromita উজনি অসমৰ বান পৰিস্থিতিত সন্ধানহীন হৈ আছে এশৰো অধিক লোক। বুধবাৰে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি এই তথ্য সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে জানিবলৈ…
Assam ৰাজা ৰঘুবংশী হত্যা গোচৰ! সোণম ৰঘুবংশীক আত্মসমৰ্পণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ July 21, 2026 Paromita ৰাজা ৰঘুবংশী হত্যা গোচৰত জামিন লাভ কৰাৰ পিছতো আইনী সংকট আঁতৰা নাই সোণম ৰঘুবংশীৰ। মেঘালয় চৰকাৰে জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছতে এইবাৰ সোণমক সাময়িকভাৱে আত্মসমৰ্পণ কৰাৰ পৰামৰ্শ…
Assam নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত পিষ্টলসহ আটক বিহাৰৰ এজন লোক July 21, 2026 Paromita ৰে’ল ষ্টেচনসমূহত অব্যাহত থকা নিৰাপত্তা ব্যৱস্থাৰ মাজতে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জব্দ হ’ল এটা পিষ্টল আৰু পাঁচজাঁই সজীৱ গুলী। অস্ত্ৰসহ বিহাৰৰ এজন লোকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।…
Assam এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী July 21, 2026 Paromita অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ…
Assam একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ July 21, 2026 Paromita উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে…