Assam বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথক কেন্দ্ৰৰ সেউজ সংকেত; ১৫ হাজাৰ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা August 8, 2026 Paromita বৰাক উপত্যকাৰ বিকল্প ব্ৰডগজ ৰে’লপথৰ প্ৰস্তাৱক গুৰুত্বসহকাৰে বিবেচনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিজেপি সাংসদ সুষ্মিতা দেৱে দাখিল কৰা স্মাৰক-পত্ৰৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰস্তাৱিত বিকল্প ৰে’লপথৰ প্ৰকল্পটো প্ৰক্ৰিয়াধীন হৈ…
Assam উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক August 8, 2026 Paromita বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ…
Assam পাকিস্তানী চোৰাংচোৱাক ভাৰতৰ গোপন প্ৰতিৰক্ষা তথ্য যোগান; গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কামাণ্ডাৰ August 8, 2026 Paromita শত্ৰুৰ হাতত ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ অতি গোপন তথ্য তুলি দি জালত পৰিল ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সৈতে জড়িত সংবেদনশীল তথ্য ফাদিল কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই এগৰাকী…
Assam বানৰ পিছত পুনৰ আৰম্ভ উজনি অসমৰ ৰে’ল যোগাযোগ; সুৰক্ষাৰ বাবে প্ৰথমে কেৱল ডিজেল ইঞ্জিনেৰে চলিব ৰে’ল August 7, 2026 Paromita প্ৰায় দুসপ্তাহ ধৰি ব্যাহত হৈ থকা উজনি অসমৰ ৰে’ল যোগাযোগ পুনৰ স্বাভাৱিক কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ পিছত সেৱা পুনৰ আৰম্ভ কৰা হৈছে যদিও ৰে’লপথৰ…
Assam বানৰ তথ্য ৫-৬ ঘণ্টাৰ ভিতৰতে পায়, তেন্তে আগজাননী ক’ত? – বান সতৰ্কীকৰণক লৈ গৌৰৱ গগৈৰ প্ৰশ্ন August 7, 2026 Paromita বানৰ আগতীয়া সতৰ্কীকৰণৰ বাবে উপগ্ৰহভিত্তিক তথ্য লাভৰ ব্যৱস্থা থকাৰ পাছতো বানাক্ৰান্ত জিলাসমূহে সময়মতে সতৰ্কবাণী কিয় নাপায়, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। লোকসভাত ৫ আগষ্টত গগৈয়ে উত্থাপন…
Assam ১০ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান; বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ বাবে বিকল্প ব্যৱস্থা অসম চৰকাৰৰ August 6, 2026 Paromita দীৰ্ঘদিনীয়া বান পৰিস্থিতিৰ বাবে ব্যাহত হোৱা পাঠদান পুনৰ স্বাভাৱিক কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিৱসাগৰ, চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাসমূহৰ বিদ্যালয়ত ১০ আগষ্টৰ পৰা নিয়মীয়া শ্ৰেণী পাঠদান পুনৰ আৰম্ভ কৰাৰ…
Assam ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ড; মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি ৰিণ্টু শৰ্মাক August 6, 2026 Paromita ধেমাজিৰ মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ অভিযুক্ত ৰিণ্টু শৰ্মাৰ মৃত্যুদণ্ডৰ শাস্তি বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বুধবাৰে গুৰুত্বপূৰ্ণ ৰায়দান কৰি উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ডৰ সলনি আজীৱন কাৰাদণ্ডৰ শাস্তি বিহে যদিও অভিযুক্তৰ…
Assam নিজৰ লাইফ জেকেট খুলি ৰক্ষা কৰিলে কৃষকৰ জীৱন! পিছে বানৰ কোবাল সোঁতত নিজেই হেৰাল স্বেচ্ছাসেৱক ৰাজেশ August 5, 2026 Paromita ভয়ংকৰ বান পৰিস্থিতিত ডুবিবলৈ ধৰা এজন কৃষকৰ জীৱন ৰক্ষা কৰি নিজেই প্ৰাণ উৎসৰ্গা কৰিলে এগৰাকী স্বেচ্ছাসেৱকে। বানৰ কোবাল সোঁতত উটি যোৱা ৬১ বছৰীয়া কৃষকজনক উদ্ধাৰ কৰাৰ পিছত নিজৰ গাত পিন্ধি…
Assam নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ স্বেচ্ছামূলক অৱসৰ; ৰাজনীতিত যোগদানৰ জল্পনা August 5, 2026 Paromita জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই। আয়ুক্তগৰাকীয়ে চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণৰ সিদ্ধান্ত সদৰি কৰাৰ পিছতে তেওঁৰ সম্ভাৱ্য ৰাজনৈতিক পদাৰ্পণক লৈ ৰাজ্যজুৰি…
Assam মানুহৰ দৰে আচৰণ শিককঃ হিন্দু-মুছলমান ৰাজনীতি বন্ধৰ আহ্বান বদৰুদ্দিন আজমলৰ August 5, 2026 Paromita হিন্দু-মুছলমান ৰাজনীতি এৰি প্ৰথমে মানুহ হ’ব লাগে। বুধবাৰে বৰপেটা জিলাত এই মন্তব্য কৰে বিধায়ক তথা এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে। ধৰ্মীয় বিভাজনৰ ৰাজনীতি কৰা নেতাসকলক তীব্ৰ সমালোচনা কৰি আজমলে কয়- এনে…