Author: Paromita

দুদিনৰ বাবে জনতাৰ বাবে মুকলি কৰা হ’ব শতিকা গৰকা লোক ভৱনৰ দ্বাৰ, জানক সৱিশেষ

দুদিনৰ বাবে সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব লোক ভৱনৰ দুৱাৰ। ৮০সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি অহা ১৫ আৰু ১৬ আগষ্টত জনতাৰ বাবে খুলি দিয়া হ’ব মেঘালয়ৰ শতিকা গৰকা…

মধ্য আকাশত বিকল ইণ্ডিগ’ বিমানৰ ইঞ্জিন! ২২৪ যাত্ৰীসহ চেন্নাইত জৰুৰী অৱতৰণ

আকৌ মধ্য আকাশত বিমানত হাহাকাৰ! ইণ্ডিগ’ৰ যাত্ৰীবাহী বিমানৰ ইঞ্জিন বিকল হোৱাৰ পিছতে হাহাকাৰৰ সৃষ্টি হয় যাত্ৰীৰ মাজত। অৱশ্যে পাইলটৰ তৎপৰতাত চেন্নাই বিমানবন্দৰত সুকলমে জৰুৰী অৱতৰণ কৰে বিমানখনে। বুধবাৰে নিশা কলকাতাৰ…

বাংকিপুৰৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ প্ৰতিশ্ৰুতি; বিধায়ক হিচাপে প্ৰশান্ত কিশোৰৰ প্ৰথম ডাঙৰ ঘোষণা

বিধায়ক নিৰ্বাচিত হৈয়েই সমষ্টিবাসী যুৱক-যুৱতীক এক ডাঙৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে জন সূৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে। বিহাৰৰ বাংকিপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে সমষ্টিটোৰ ১০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন প্ৰদানৰ লক্ষ্য…

বিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ! আইপিএলৰ সফল ক্ৰিকেটাৰক গ্ৰেপ্তাৰ

ক্ৰিকেটৰ পথাৰত সফলতাৰ পৰিচয় দিয়া এগৰাকী যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ যৌন নিৰ্যাতনৰ অভিযোগ। বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপনৰ লগতে অপৰাধমূলক ভাবুকি আৰু ব্যক্তিগত মুহূৰ্তৰ দৃশ্যাংশ সংৰক্ষণ কৰাৰ…

এয়া কোনো ৰজা-মহাৰজাৰ দৰবাৰ নহয়ঃ সংসদত অমিত শ্বাহৰ অনুপস্থিতিক লৈ শাণিত আক্ৰমণ গৌৰৱ গগৈৰ

২০ জুলাইত যন্তৰ-মন্তৰত ছাত্ৰ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে আৰক্ষীৰ বলপ্ৰয়োগক কেন্দ্ৰ কৰি সংসদৰ ভিতৰ-বাহিৰত ৰাজনৈতিক উত্তেজনা অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লক্ষ্য কৰি আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ।…

ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক লৈ ৰাজনৈতিক আক্ৰমণ আৰম্ভ বিজেপিৰ; আৰক্ষীৰ বলপ্ৰয়োগৰ প্ৰতিবাদত ৰাজ্যজোৰা বন্ধৰ আহ্বান

অবিজেপি শাসিত ঝাৰখণ্ডৰ ছাত্ৰ আন্দোলনক ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনত নিযুক্তি পৰীক্ষাত সংঘটিত অনিয়মৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে আৰক্ষী আৰু…

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল কলম্বিয়া; নিহত ১৩২, আহত ৫৭০ৰো অধিক

নিমিষতে মৃত্যুৰ বিভীষিকাই জোকাৰি গ’ল এখন চহৰ! ৰিখটাৰ স্কেলত ৭.৪ প্ৰাবল্যৰ এটা ভূমিকম্পই ধ্বংসলীলা চলোৱাত প্ৰাণ হেৰুৱায় অতি কমেও ১৩২ জন লোকে। সোমবাৰে কলম্বিয়াৰ পশ্চিম প্ৰান্তত সংঘটিত এই ভয়ংকৰ ভূমিকম্পই…

অসমৰ বানত নিহতৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি; ১০ জিলাত বানৰ কবলত ১.২৬ লাখৰো অধিক লোক

১০১ জনলৈ বৃদ্ধি পালে অসমৰ বানত নিহতৰ সংখ্যা। পানী শুকুৱাৰ পিছত জিলাই জিলাই উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। শেহতীয়াকৈ পুনৰ এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে এই বলিয়া বানত নিহতৰ…

ৰাম মন্দিৰৰ চান্দা চুৰিৰ গোচৰ; ছলিচিটৰ জেনেৰেলৰ অনুপস্থিতিত স্থগিত সৰ্বোচ্চ আদালতৰ শুনানি

দেশজুৰি চৰ্চা লাভ কৰা অযোধ্যাৰ ৰাম মন্দিৰৰ দান-দক্ষিণা চুৰিৰ গোচৰৰ তদন্তক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা আইনী প্ৰক্ৰিয়াই সোমবাৰে নতুন মোৰ লয়। গোচৰটোৰ শুনানিৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ পক্ষ…

শতজনলৈ বৃদ্ধি পালে অসমৰ বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা; সাতখন জিলাত এতিয়াও ১.৩৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

শতজনলৈ বৃদ্ধি পালে অসমৰ বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা! উজনি অসমত সৃষ্টি হোৱা বান প্ৰলয়ৰ পিছত এতিয়া প্ৰতিদিনেই উদ্ধাৰ হৈ আছে ইটোৰ পিছত সিটো মৃতদেহ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা…