Assam তৃণমূলৰ সৈতে সম্পৰ্কৰ ইতি; দল ত্যাগৰ কথা নিশ্চিত ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ June 10, 2026 Paromita ৰাজ্যসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছত তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ কথা প্ৰকাশ্যে নিশ্চিত কৰিলে প্ৰাক্তন শিলচৰৰ সাংসদ সুস্মিতা দেৱে। তেওঁৰ এই ঘোষণাৰ পিছতে ৰাজনৈতিক ভৱিষ্যতক লৈ জল্পনা-কল্পনা অধিক তীব্ৰতৰ…
Business নিয়ন্ত্ৰণৰেখাত পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি ভাৰতীয় সেনাৰ গুলীচালনা June 10, 2026 Paromita সীমান্তৰ সিপাৰৰ পৰা অব্যাহত থকা অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী কু-অভিপ্ৰায়ৰ মাজতেই জম্মু-কাশ্মীৰৰ পুঞ্চত ধৰা পৰিল এটা সন্দেহজনক পাকিস্তানী ড্ৰোন। ভাৰতীয় আকাশমাৰ্গত প্ৰৱেশ কৰি সেনাৰ অগ্ৰৱৰ্তী চকীৰ সমীপত কিছু সময় উৰি থকাৰ…
Business মধ্য আকাশত যাত্ৰীৰ তাণ্ডৱ; মূৰেৰে খুন্দিয়াই খুন্দিয়াই ভাঙিলে বিমানৰ খিৰিকি June 10, 2026 Paromita আকাশমাৰ্গত এজন যাত্ৰীৰ অস্বাভাৱিক আচৰণক কেন্দ্ৰ কৰি তীব্ৰ উদ্বেগৰ সৃষ্টি হয় এয়াৰ ইণ্ডিয়াৰ এখন বিমানত। বিমানখনৰ খিৰিকীত বাৰে বাৰে মূৰেৰে আঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে উক্ত যাত্ৰীজনৰ বিৰুদ্ধে। অৱশ্যে শেষ…
Assam জনসেৱাই সুশাসনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাঃ ১২ বছৰ পূৰ্ণ হোৱাৰ ক্ষণত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ June 10, 2026 Paromita প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে ১২ বছৰ সম্পূৰ্ণ কৰি দেশৰ ৰাজনৈতিক ইতিহাসত এক বিৰল অভিলেখৰ গৰাকী হ’ল নৰেন্দ্ৰ মোদী। এই বিশেষ অভিলেখৰ গৰাকী হৈ সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে…
Business কামৰ আশাত অৰুণাচল যাত্ৰা! অনাহাৰ আৰু নিৰ্যাতনৰ বলি হোৱা অসমৰ সাত মিচিং যুৱকক উদ্ধাৰ June 9, 2026 Paromita কৰ্মসংস্থাপনৰ আশাত আপোন ঘৰ-দুৱাৰ এৰি ওলাই গৈছিল তেওঁলোক। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাৰত মাত্ৰ কেইটামান দিনৰ ভিতৰতে সেই যাত্ৰা এক ভয়ংকৰ দুৰ্বিষহ অভিজ্ঞতালৈ পৰিণত হ’ল। অৰুণাচল প্ৰদেশৰ এটা নিৰ্মাণস্থলীত অনাহাৰ, অমানৱীয়…
Business ৰক্তাক্ত পিঅ’কে! সেনাবাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত কমেও ৩০ জন নিহত, আহত দুই শতাধিক June 9, 2026 Paromita পাক অধিকৃত কাশ্মীৰত দীৰ্ঘদিন ধৰি চলি থকা অৰ্থনৈতিক আৰু ৰাজনৈতিক বঞ্চনাই এতিয়া ধাৰণ কৰিছে ভয়াৱহ ক্ষোভৰ ৰূপ। অঞ্চলটোৰ সাধাৰণ জনতাৰ অধিকাৰৰ হকে ধাৰাবাহিক আন্দোলন চলাই অহা এক শক্তিশালী নাগৰিক মঞ্চক…
Business মহানগৰীত শিশু অপহৰণৰ চেষ্টাৰ অভিযোগক লৈ উত্তপ্ত পৰিস্থিতি; এজনক আটক June 9, 2026 Paromita মহানগৰীততীব্ৰ আতংকৰ সৃষ্টি কৰিছে শিশু অপহৰণকাৰীয়ে। উলুবাৰী অঞ্চলত মঙলবাৰে দিনদুপৰতে সংঘটিত এক ঘটনাই এতিয়া সমগ্ৰ চহৰখনতে এক তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিশু অপহৰণৰ অভিযোগত বি বৰুৱা মহাবিদ্যালয়ৰ সমীপত একাংশ স্থানীয়…
Business ভাল খবৰ! অসমৰ প্ৰথম মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা শিৱাংগী সোনোৱালৰ June 9, 2026 Paromita সমগ্ৰ অসমৰ ভিতৰত প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল শিৱাংগী সোণোৱালে। দেশৰ ভিতৰতে সুপ্ৰতিষ্ঠিত নাগপুৰৰ ‘নেশ্যনেল ফায়াৰ চাৰ্ভিচ কলেজ’ৰ পৰা প্ৰথমগৰাকী অসমীয়া মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হিচাপে…
Assam মানস ৰাষ্ট্ৰীয় উদ্যানত ১৫টা আপুৰুগীয়া বামন গাহৰি মুকলি; বন্যপ্ৰাণীত সংৰক্ষণৰ এই ডাঙৰ সফলতাক লৈ প্ৰশংসা মুখ্যমন্ত্ৰীৰ June 9, 2026 Paromita প্ৰকৃতিপ্ৰেমী তথা বন্যপ্ৰাণীত সংৰক্ষণৰ ধাৰাবাহিক প্ৰচেষ্টালৈ এক উল্লেখনীয় সফলতা কঢ়িয়াই আনিছে ৰাজ্যখনৰ এক বিশেষ উদ্যোগে। ‘বামন গাহৰি সংৰক্ষণ কাৰ্যসূচী’ৰ অধীনত ১৫ টাকৈ বিৰল প্ৰজাতিৰ বামন গাহৰি এতিয়া মুকলি কৰি দিয়া…
Assam ধুবুৰীত বাইক চোৰৰ বৃহৎ চক্ৰ উৎখাত; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বৃহৎ পৰিমাণৰ সামগ্ৰীসহ নগদ ধন জব্দ June 9, 2026 Paromita জিলাখনত সক্ৰিয় হৈ থকা বাহন চোৰৰ এক বিশাল নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত এক বৃহৎ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ’ল ধুবুৰী সদৰ আৰক্ষী। এক গোপন সূত্ৰৰ ভিত্তিত চলোৱা ধাৰাবাহিক অভিযানৰ অন্তত…