Assam জাল নোট সৰবৰাহকাৰীৰ বিৰুদ্ধে পুনৰ গৰজিল আৰক্ষীৰ বন্দুক; এনকাউণ্টাৰত আহত ২ অভিযুক্ত July 10, 2026 Paromita পুনৰ অভিযুক্তৰ বিৰুদ্ধে গৰজিল আৰক্ষীৰ বন্দুক। এইবাৰ আৰক্ষীৰ এনকাউণ্টাৰত আহত হ’ল দুই জাল নোট সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ ঢলাহাটৰ নাহৰবাৰী অঞ্চলত বুধবাৰে নিশা জাল নোট উদ্ধাৰৰ বাবে চলোৱা অভিযানৰ সময়ত আৰক্ষীৰ…
Assam ভাওনাত মহিলাৰ ভাও লোৱা শিল্পীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ! ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ July 10, 2026 Paromita ভাওনাত মহিলাৰ চৰিত্ৰত অভিনয় কৰা এগৰাকী পুৰুষ শিল্পীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এগৰাকী ডেকা সত্ৰাধিকাৰ। শিৱসাগৰত বুধবাৰে নিশা আৰক্ষীয়ে এই অভিযোগত গ্ৰেপ্তাৰ কৰে শ্ৰীশ্ৰী শালগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ…
Assam অৰুণাচলত পুনৰ বান-ভূমিস্খলনৰ সংহাৰ; ক্ষতিগ্ৰস্ত ছয়খন জিলা, প্ৰভাৱিত ৯৪ হাজাৰৰো অধিক লোক July 10, 2026 Paromita অৰুণাচল প্ৰদেশত অব্যাহত আছে বান আৰু ভূমিস্খলনৰ সংহাৰ। ৰাজ্যখনত শেহতীয়াকৈ পুনৰ সৃষ্টি হোৱা বান আৰু ভূমিস্খলনৰ ফলত নতুনকৈ ক্ষতিগ্ৰস্ত হৈছে ছয়খন জিলা। ইয়াৰ লগে লগে সমগ্ৰ ৰাজ্যত এই দুৰ্যোগৰ কৱলত…
Assam বানপানীত উটি গ’ল প্ৰায় ৩ হাজাৰ গেছ চিলিণ্ডাৰ; নদীত উদ্ধাৰৰ অভিযান অব্যাহত July 9, 2026 Paromita বানপানীত উটি গ’ল প্ৰায় তিনি হাজাৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ! মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাত অবিৰত বৰষুণৰ ফলত সংঘটিত এই অস্বাভাৱিক ঘটনাই প্ৰশাসনক জৰুৰী তৎপৰতা আৰম্ভ কৰিবলৈ বাধ্য কৰিছে। ৰায়গড় জিলাৰ ৰাছায়নী ঔদ্যোগিক…
Assam মৰ্মান্তিক! এজনক বচাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু একেটা পৰিয়ালৰ ৪ সদস্যৰ July 9, 2026 Paromita বিদ্যুৎস্পৃষ্ট হৈ ইজনৰ পিছত সিজনকৈ মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰ চাৰি সদস্যই। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ ছাতাৰা জিলাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ এজন সদস্যক…
Assam যোগীঘোপাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ, আদালতৰ নিৰ্দেশত প্ৰেৰণ জেল হাজোতলৈ July 9, 2026 Paromita অনাধিকাৰভাৱে এলোপেথিক চিকিৎসা সেৱা আগবঢ়াই অহা এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বঙাইগাঁও জিলাৰ যোগীঘোপাত বুধবাৰে আৰক্ষীৰ জালত পৰে ভুৱা চিকিৎসকজন। ধৃত ভুৱা চিকিৎসকজনক যোগীঘোপাৰ ছোট বৰজানা গাঁৱৰ বাসিন্দা…
Assam ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ! স্বস্তি হাস্পতালৰ মুখ্যদ্বাৰত ৰাইজে লগালে তলা July 9, 2026 Paromita চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে এগৰাকী মহিলাৰ অকাল মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগেৰে আজি উত্তপ্ত হৈ পৰিল ৰঙিয়া। চহৰখনৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ‘স্বস্তি হাস্পতাল’ত এই ঘটনা সংঘটিত হয়। মৃত মহিলাগৰাকী ৰঙিয়াৰ…
Assam সাংবাদিকক যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, ভুক্তভোগীক ৫ মিলিয়ন ডলাৰ ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ July 9, 2026 Paromita যৌন নিৰ্যাতনৰ এক গোচৰত দোষী সাব্যস্ত হোৱা ড’নাল্ড ট্ৰাম্পক লৈ আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিলে আদালতে। লেখিকা তথা প্ৰাক্তন সাংবাদিক ই জিন কেৰ’লে ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰিছিল এই অসামৰিক…
Assam ফুৰিবলৈ গৈ স্বামীৰ সৈতে কথা পাতি থকাৰ মাজতেই লুইতত জাপ মহিলাৰ, নিমাতিঘাটত তীব্ৰ চাঞ্চল্য July 9, 2026 Paromita স্বামীৰ সৈতে নদীৰ পাৰত বহি কথা পাতি থকাৰ মাজতে হঠাতে ব্ৰহ্মপুত্ৰৰ বুকুত জাপ দিলে এগৰাকী মহিলাই। যোৰহাটৰ নিমাতিঘাটত সংঘটিত হয় এই শোকাবহ তথা ৰহস্যজনক ঘটনা। নিখোজ মহিলাগৰাকী নাওবৈচা পটীয়াগাঁৱৰ দিহিঙীয়াকুৰিৰ…
Assam ড্ৰাগছ আসক্তৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ বুজন পৰিমাণৰ চুৰি সামগ্ৰী, দুজনক আটক July 9, 2026 Paromita শিলচৰৰ পাছত এইবাৰ চুৰি সামগ্ৰীৰ বিৰুদ্ধে কালাইন আৰক্ষীৰ বৃহৎ সফলতা। ড্ৰাগছ আসক্ত অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই কালাইন থানাৰ আৰক্ষীয়ে বুজন পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কালাইন থানাৰ এগৰাকী…